বিহালীত অবৈধ শিল -বালি কঢ়িওৱা ডাম্পাৰ জব্দ /ৰাইজে জব্দ কৰি চমজাই দিলে বন বিভাগক

বিহালীত অবৈধ শিল -বালি কঢ়িওৱা ডাম্পাৰ জব্দ ।ৰাইজে জব্দ কৰি চমজাই দিলে বন বিভাগক বিহালী বুৰৈ নদীত অব্যাহত আছে অবৈধ শিল -বালি বেহা । দীৰ্ঘদিন ধৰি নদী খনত একাংশ শিল- বালি মাফিয়াই অবৈধ ভাৱে নদীৰ খনৰ পৰা শিল -বালি অবাধ ভাৱে কঢ়িয়াই নিয়া অভিযোগ বিশ্বনাথৰ পূৱ শোণিতপুৰ বন সংমণ্ডল বিষয়াক একাংশ দল সংগঠনে দি অহা পিছতো বিষয়া প্ৰতি কোনো গুৰুত্ব নিদিয়া অভিযোগ উত্থাপিত হৈছে। ইফালে নদী খনত দুটা এটা মহল অনুমতি লাভ মহলদাই লাভ কৰিছে যদিও অধিকাংশ ডাম্পাৰ, ট্ৰাক, টেক্টত চালান ব্যৱহাৰ নকৰি এখন চালান কে দুই তিনি সপ্তাহত চলাই…

Read More

শিক্ষক দেৱী প্ৰসাদ উপাধ্যায়ৰ গৃহৰ দমকলৰ পাইপৰ ফুটাইদি গেছ নিৰ্গত, জ্বলাই দিলে জ্বলি উঠে জুই

অসম খবৰ, লখিমপুৰ, ৯ ডিচেম্বৰ: লখিমপুৰ জিলাৰ ২ নং দক্ষিণ ৰূপহীৰ নিৱাসী শিক্ষক দেৱী প্ৰসাদ উপাধ্যায়ৰ গৃহত সংঘটিত হোৱা এক ঘটনাই সমগ্ৰ অঞ্চলটোতে কৌতুহলৰ সৃষ্টি কৰিছে ৷ শিক্ষক গৰাকীয়ে জনোৱা অনুসৰি তেওৰ গৃহত থকা প্ৰায় চাৰি বছৰ পুৰণি এটা টিউবেলৰ মাটিৰ বাহিৰলৈ উলাই থকা পাইপেৰে যোৱা এসপ্তাহ ধৰি গেছ নিৰ্গত হৈ আছে৷ পাইপ ডালৰ ওলাই থকা অংশত জুই লগাই দিলে জ্বলি উঠে জুই ৷ চাৰিবছৰৰ পূৰ্বে দমকলটো উঠাই পেলোৱা হৈছিল যদিও পাইপডাল মাটিৰ তলতেই ৰৈ গৈছিল ৷ কিন্তু এসপ্তাহ মানৰ আগৰ পৰা পাইপডালৰ মুখেৰে গেছ উলাই থকা কথা জানিব পাৰি…

Read More