প্ৰথম পৰ্যায়ৰ অসমৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ চৰাইদেউ জিলাৰ নিৰ্বাচনী ফলাফল

১০৫ নং মাহমৰা বিধানসভা সমষ্টি  বৰডবা পঞ্চায়ত :-সভাপতি – অতুল গগৈ (বিজেপি)আঞ্চলিক পঞ্চায়ত : সীমান্ত গগৈ (বিজেপি) কাকতিবাৰী পঞ্চায়ত:সভাপতি :- শেৱালী দিহিঙীয়া (বিজেপি)আঞ্চলিক পঞ্চায়ত সদস্য : প্ৰেমকান্ত কৰ্মকাৰ (বিজেপি) চলপথাৰ পঞ্চায়তসভাপতি : অনিমা গগৈ (কংগ্ৰেছ )আঞ্চলিক পঞ্চায়ত : ৰেখামনি গগৈ (কংগ্ৰেছ ) ১০৬ নং সোণাৰি বিধান সভা সমষ্টি আহুখাত পঞ্চায়তসভাপতি : গোলাপ বৰুৱা (বিজেপি)আঞ্চলিক পঞ্চায়ত সদস্য: চিলভিয়াজ তপ্প (বিজেপি) লংপতীয়া পঞ্চায়তসভাপতি : হৰিশ্চন্দ্ৰ গগৈ (বিজেপি )আঞ্চলিক পঞ্চায়ত : ববী বৰা গগৈ (বিজেপি ) ভজো পঞ্চায়তসভাপতি : ৰীনা নেওগ বৰা (বিজেপি)আঞ্চলিক পঞ্চায়ত সদস্য : সঞ্জীৱ বিশ্বাস (বিজেপি) পূৰ্বাঞ্চল পঞ্চায়তসভাপতি : সান্তনা…

Read More

ধৰাশায়ী হোৱাৰ পথত APCC সভাপতি ৰিপুণ বৰা ৰ গৃহ সমষ্টিত কংগ্ৰেছ

গহপুৰত ৬- ৩০ বজা লৈকে ঘোষণা কৰা পশ্চিম কলাবাৰী, ছত্ৰং, বৰতামুলী, গমিৰি, মিছামাৰী, কৃষ্ণপুৰ, খৰৈপৰীয়া, আৰু সোণাপুৰ আঠো খন পঞ্চায়ত বি জে পি ৰ দখলত। ধৰাশায়ী হোৱাৰ পথত APCC সভাপতি ৰিপুণ বৰা ৰ গৃহ সমষ্টিত কংগ্ৰেছ। চাৰিওখন ZPC ত বি জে পি ৰ অগ্ৰগতি।

Read More

চিৰাঙ জিলাৰ বিজনীত প্ৰধান মন্ত্ৰী আভাস যোজনাৰ গৃহ নিৰ্মানত ব্যাপক দুৰ্ণীতিৰ অভিযোগ,আধাৰশীলা কৰাৰ এবছৰ পিচতো হিতাধিকাৰীয়ে নাপালে টকা

চিৰাং জিলাৰ বিজনী নগৰ সমিতিত প্ৰধান মন্ত্ৰী আভাস যোজনাৰ গৃহ নিৰ্মানত সংঘটিত হৈছে ব্যাপক কেলেঙ্কাৰী । অভিযোগ মতে বিজনী নগৰ সমিতিৰ অন্তৰ্গত ১,২,৩,আৰু চাৰি নম্বৰ ৱাৰ্ডৰ ৩০/৩৫ জন দৰিদ্ৰ লোকক যোৱা ২০১৭ বৰ্ষৰ নভেম্বৰ/ডিচেম্বৰ মাহতে প্ৰধান মন্ত্ৰী আভাস যোজনাৰ গৃহ পোৱাৰ মঞ্জুৰী পত্ৰ প্ৰদান কৰিছিল । অভিযোগ মতে নগৰ সমিতিৰ কনিষ্ঠ অভিযন্তা অমেন বায়নে হিতাধিকাৰী সকলক উক্ত মঞ্জুৰী পত্ৰ প্ৰদানৰ পিচতে হিতাধিকাৰী সকলক কৈছিল ২৪ ডিচেম্বৰ দিনটো ভাল তথা শুভ দিন গতিকে নিজৰ টকাৰে এটা লাইখুটা গাৰি আধাৰশীলা কৰি লওক বুলি । তাৰ পিচতে এই সকল দৰিদ্ৰ লোকে উক্ত কনিষ্ঠ…

Read More

বঙাইগাঁও সমষ্টিত ফনী ভুষণ চৌধুৰীৰ অপ্ৰতিৰোধ্য নেতা হিচাপে পুণৰ প্ৰমাণ

  ৫ নং ডাঙাইগাওঁ গাঁও প ঞ্চায়ত অগপ ৰ দখলত ৷ অগৰ প্ৰাৰ্থী লাল ভানু বেগম জয়ী ৷ লগতে ৯ নং আটুগাঁও গাঁও পঞ্চায়ত অগপৰ দখলত ৷অগপৰ প্ৰাথী দিলীপ সিংহ জয়ী ৷ বঙাইগাঁও সমষ্টিত ফনী ভুষণ চৌধুৰীৰ অপ্ৰতিৰোধ্য নেতা হিচাপে পুণৰ প্ৰমাণ ৷ বঙাইগাঁও মহকুমাৰ অন্তৰ্গত ৪ নং বঙাইগাঁও গাঁও পঞ্চায়ৰ সভাপতি পদত অগপৰ তিলক নাৰায়ণ দেৱ বিজয়ী হৈছে ৷ আনহাতে৯ নং আটুগাঁও গাঁও পঞ্চায়ৰ সভাপতি পদত অগপ ৰ দিলীপ সিংহ বিজয়ী হৈছে ৷ আনহাতে আঞ্চলিক পঞ্চায়তৰ সদস্য পদত অগপৰ কৃষ্ণা চৌধুৰী বিজয়ী হৈছে। মাণিকপুৰ মহকুমাৰ অন্তৰ্গত ৫ নং ডাঙাইগাঁও…

Read More

বিশ্বনাথত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈ দেখা গৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া

ঘাইকৈ শাসনাধীস্ত গেৰুৱা দলেই মাৰিছে শেষ হাঁহি ৷ প্ৰাপ্ত তথ্য আনুসৰি বিশ্বনাথ জিলাৰ ফলাফলৰ শেহতীয়া তথ্য এনেধৰনৰ ৷ বৰগাং জিলা পৰিষদৰ গাংমৌথান পঞ্চায়তৰ ৮নং ৱাৰ্ডত কংগ্ৰেছ প্ৰাৰ্থীৰ জয় ৷ বিহমাৰী গাঁও পঞ্চায়ত ৩ টা ৱাৰ্ড বিজেপিৰ দখলত ৷ বিশ্বনাথ জিলা পৰিষদৰ অন্তৰ্গত কুমলীয়া গাও পঞ্চায়তৰ ৬ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থীৰ জয়লাভ ৷ বিজেপি প্ৰাৰ্থী ক্ষেম অধিকাৰীয়ে ২৬০ টা ভোট লাভ কৰি বিজয় সাব্যস্ত কৰে ৷ বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত মোনাবাৰী জিলা পৰিষদৰ অন্তৰ্গত মিজিকা গাওঁ পঞ্চায়তৰ ১০ টা ৱাৰ্ডত বিজেপি প্ৰাৰ্থীৰ জয়লাভ ৷ বিশ্বনাথৰ পাভৈ জিলা পৰিষদৰ পাভৈ গাওঁ পঞ্চায়তৰ…

Read More

গহপুৰৰ পশ্চিম কলাবাৰী আৰু ছত্ৰং পঞ্চায়ত বি জে পি ৰ দখলত

পশ্চিম কলাবাৰীত সভাপতি পদত প্ৰফুল্ল ভূঞা ,আঞ্চলিক সদস্য টুটুমণি দাস জয়ী। ছত্ৰং পঞ্চায়তত সভানেত্ৰী পূনীমাই দাস আৰু আঞ্চলিক সদস্য জয়মতী মুছাহাৰী ৰ জয়ী।গমিৰি পঞ্চায়তত ১০টা ৱাৰ্ডত বি জে পি সদস্য প্ৰাথী জয়ী।

Read More