মেঘালয়ৰ ব্ৰেৰিপাৰ খিলাৰীহাটত কয়লা খনিত আৱদ্ধ চিৰাঙ জিলাৰ পাণবাৰী তিনি শ্ৰমিক। এজন উদ্ধাৰ।

মেঘালয়ৰ ব্ৰেৰিপাৰ খিলাৰীহাটত কয়লা খনিত আৱদ্ধ চিৰাঙ জিলাৰ পাণবাৰী তিনি শ্ৰমিক। এজন উদ্ধাৰ। চিৰাঙৰ পৰা লিটন বসাক ১৫ ডিচেম্বৰ অসম খবৰঃ যোৱা ১৩ ডিচেম্বৰত ৰাতিপুৱা ভাগত মেঘালয়ৰ ছাইপুং থানাৰ অন্তৰ্গত ব্ৰেৰিপাৰ খিলাৰীহাট অঞ্চলত থকা কয়লাৰ খনিত কাম কৰি থকা অৱস্থাত খনিৰ আন অংশত আৱদ্ধ হৈ থকা পানী আলি ভাঙি পানী সোমাৰ ফলত১৮ জনকৈ শ্ৰমিক আৱদ্ধ হৈ পৰে । তাৰে মাজৰ অসমৰ চিৰাং জিলাৰ পাণবাৰীত আৰক্ষী থানাৰ অন্তৰ্গত বগীধাৰা গাওঁৰ সাহেব আলী (২১) প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় । সাহেব আলীয়ে জানায় যে ১৭ জনকৈ শ্ৰমিক আৱদ্ধ হৈ পৰে। আনুমানিক ৩৮০…

Read More

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২০২১ অসম বিধান সভা নিৰ্বাচনত প্ৰতিদন্ডিতা আগবঢ়াব

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২০২১ অসম বিধান সভা নিৰ্বাচনত প্ৰতিদন্ডিতা আগবঢ়াব ৷ গগৈৰ মতে তেও এতিয়াও ৰাজনীতিত সক্ৰিয় ৷ দলক আগবঢ়াই নিয়াৰ বাবে তেওঁ এতিয়াই ৰাজনীতিৰ পৰা অৱসৰ নলয় ৷ বদৰুউদ্দিন আজমলৰ দলক নি শেষ কৰাই মুল উদ্দেশ্য বুলি গগৈয়ে কয় ৷ আজি সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় সভাপতি ৰিপুন বৰাৰ পদত্যাগৰ সমৰ্থন নজনাই ৷৷ লগতে ড° হিমন্ত বিশ্ব শৰ্মা অচল টকা হবলৈ বেচি দিন নাই বুলি কতাক্ষ কৰে গগৈয়ে ৷ তেও বিজেপি চৰকাৰৰ দুৰ্নীতি হোবাৰ কথা উল্লেখ কৰি তেও কয় প্ৰতিটো কামত ২শতাংশ…

Read More

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২০২১ অসম বিধান সভা নিৰ্বাচনত প্ৰতিদন্ডিতা আগবঢ়াব

 গগৈৰ মতে তেও এতিয়াও ৰাজনীতিত সক্ৰিয় ৷ দলক আগবঢ়াই নিয়াৰ বাবে তেওঁ এতিয়াই ৰাজনীতিৰ পৰা অৱসৰ নলয় ৷ বদৰুউদ্দিন আজমলৰ দলক নি শেষ কৰাই মুল উদ্দেশ্য বুলি গগৈয়ে কয় ৷আজি সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় সভাপতি ৰিপুন বৰাৰ পদত্যাগৰ সমৰ্থন নজনাই ৷৷ লগতে ড° হিমন্ত বিশ্ব শৰ্মা অচল টকা হবলৈ বেচি দিন নাই বুলি কতাক্ষ কৰে গগৈয়ে ৷তেও বিজেপি চৰকাৰৰ দুৰ্নীতি হোবাৰ কথা উল্লেখ কৰি তেও কয় প্ৰতিটো কামত ২শতাংশ কমিচন নাপালে ঠিকাদাৰে কাম নাপায় বুলি ৰাজ্যচৰকাৰখনক সমালোচনা কৰে ৷ আগন্তুক বিধান সভা নিৰ্বাচনত…

Read More

বিহালী কনিষ্ঠ মহবিদ্যালয়ত হস্তলেখ পত্রিকা ,পলস, আৰু পৰশ,ৰ শুভ উন্মোচন

    বিহালী কনিষ্ঠ মহবিদ্যালয়ত হস্তলেখ পত্রিকা ,পলস, আৰু পৰশ,ৰ শুভ উন্মোচন শনিবাৰে বিহালী কনিষ্ঠ মহবিদ্যালয় প্ৰাংগণত হস্তলেখ পত্রিকা ,পলস, আৰু পৰশ,ৰ শুভ উন্মোচন কৰা হয়। উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বাৰ্ষিক ছাত্র-ছাত্রী সকলে বৰ্ণিল প্ৰতিভাৰে সজাই তোলা এই হাতে লিখা প্ৰত্রিকা বৰগাং উচ্চ মাধ্যামিক বিদ্যালৰ প্ৰধান শিক্ষক চিত্ৰৰঞ্জন ৰয়দেৱে আনুষ্ঠানিক ভাৱে উন্মোচন কৰে । কায্যসূচীৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ ছাত্র-ছাত্রীয়ে এটি জ্যোতি সংগীত পৰিবেশনেৰ আৰম্ভণিৰ সভাৰ উদেশ্য ব্যাখা কৰে মহাবিদ্যালয় খনৰ ছাত্র অনুপ ভদ্ৰই। ইফালে পত্রিকা পলস আৰু পৰশৰ সম্পাদক অনুপ ভদ্ৰ আৰু ছয়নিকা ভৰদ্বাজে হাতে লিখা আলোচনী প্ৰস্তুত কৰা লগতে…

Read More

দিলোৱাৰ হুছেইনৰ প্ৰাৰ্থিত্ব সম্পৰ্কত বিশ্বনাথৰ উপায়ুক্তৰ স্পষ্টীকৰণ

বিশ্বনাথ জিলাৰ ২০ নং ছোৱাগুৰি গাঁও পঞ্চায়তৰ সভাপতি হিচাপে সদ্যনিৰ্বাচিত দিলোৱাৰ হুছেইনৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ সম্পৰ্কীয় বিষয়ত জিলা প্ৰশাসনৰ ভূমিকা সন্দৰ্ভত একাংশ সংবাদ মাধ্যমত আজি প্ৰচাৰিত কেতবোৰ বাতৰি বিশ্বনাথ জিলাৰ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাৰ দৃষ্টিগোচৰ হৈছে। এই সন্দৰ্ভত জিলা প্ৰশাসনৰ স্থিতি স্পষ্ট কৰি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিছে যে পঞ্চায়ত নিৰ্বাচনৰ সকলোধৰণৰ কাম-কাজ অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশাৱলী আৰু সংশ্লিষ্ট আইন অনুসৰি পৰিচালিত হৈছে আৰু এইক্ষেত্ৰত জিলা প্ৰশাসনে নিজাববীয়াকৈ কোনোধৰণৰ সিদ্ধান্ত লোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে। অসম পঞ্চায়ত আইন, ১৯৯৪ৰ ধাৰা ১১১(ক) অনুসৰি এজন ব্যক্তি যদি কোনো আইনৰ অধীনত দোষী সাব্যস্ত হয়, তেন্তে তেওঁ…

Read More

বিশ্বনাথ #জিলা #কংগ্ৰেছৰ #সংবাদমেল

সংবাদমেল যোগে বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাৰ হুংকাৰ: ৰিপুন বৰাৰ পদত্যাগৰ কথা হাস্যকৰ,ৰিপুন বৰা নহয় প্ৰাক্তন মন্ত্ৰী নুৰজামাল চৰকাৰক ৬ বছৰৰ বাবে নিলম্বন কৰা সিদ্ধান্ত।

Read More

ধৰ্মান্ধ

ধৰ্মান্ধ কোনেনো শ্ৰজিলে একেটি ফুলনিৰ নানাৰঙী ফুল, সেই বাটেৰে ঢাপলি মেলা বাটৰুৱা যায় ভোল। কোনে আনিলে ভিন্নতা মানুহৰ মাজত জাত, বৰ্ণ, কিম্বা ধৰ্মৰ নামত। হিন্দু, খ্ৰীষ্টান, বৌদ্ধ, জৈন নতুবা মুছলমান পঞ্চতত্তৰ শৰীৰত বিভেদৰ আলোড়ন। একেই মন, একেই প্ৰাণ একেই প্ৰভূৰ সৃষ্টি বিভেদৰ দাবানল কিহৰ খণ্ডবৃষ্টি। কোনোবাই ক‌য় ঈশ্বৰ আন কোনোৱে আল্লা কোন আছে দিগন্তত সকলোৰে উপৰৱাল্লা। কেনেকৈ সাজিলে ভৈয়াম পাহাৰ, কেনেকৈ বোৱালে নৈ। কেনেকৈ ঘুৰাঈ দিন ৰাতিৰ চকৰী সদায় সমানকৈ। দেৱ শিশুটিয়ে নামানে ধৰ্ম নিচিনে আপোন পৰ। যিয়ে কৰে স্নেহ তেওঁক তেৱেঁই নিজৰ ধৰিবলৈ নোৱাৰিলোঁ কোনো দিনে প্ৰভেদনো কিহৰ জাত…

Read More