বিলাসীপাৰাত নিৰ্দলীয় নৱ নিৰ্বাচিত কাউন্সিলাৰ ৰৌসনাৰা বেগম আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান

বিলাসীপাৰাত নিৰ্দলীয় নৱ নিৰ্বাচিত কাউন্সিলাৰ ৰৌসনাৰা বেগম আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান “”””””””””””””””””””””””””””””””””””” বিলাসীপাৰা,১৬ ডিচেম্বৰ:- পঞ্চায়ত নিৰ্বাচনত সদ্য ঘোষিত ফলাফলত আনন্দ নগৰ বাঙালীপাৰা গাওঁ পঞ্চায়তৰ নৱ নিৰ্বাচিত কাউন্সিলাৰ ৰৌসনাৰা বেগমৰ নেতৃত্বত শতাধিক ৰাইজে আনুষ্ঠানিক ভাৱে বিজেপি দলত যোগদান কৰে। সংখ্যালঘূ এলেকাত কংগ্ৰেছ দলৰ প্ৰতি মোহভংগ হৈ শেহতীয়া পঞ্চায়ত নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদণ্ডিতা কৰি নিৰ্বাচিত হোৱা পঞ্চায়ত সভাপতি, কাউন্সিলাৰ আৰু ৱাৰ্ড সদস্য সদস্যাই পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছৰ পৰাই বহুতে আনুষ্ঠানিক ভাৱে বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহীৰ নেতৃত্বত বিজেপি দলত যোগদান কৰে। তাৰ জলন্ত উদাহৰণ স্বৰূপে আনন্দ নগৰ…

Read More

জামুগুৰিহাটৰ নামধৰ্ম সমাজৰ লাইখুটা স্থাপন ৷

জামুগুৰিহাটৰ নামধৰ্ম সমাজৰ লাইখুটা স্থাপন ৷ অসম খৱৰ , তেজপুৰ , ১৬ ডিচেম্বৰ : বৈকুণ্ঠ পুৰীত পৰিণত জামুগুৰিহাটৰ পাঞ্চজন্য ক্ষেত্ৰ ৷ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ নামধৰ্ম সমাজৰ উদ্যোগত ৰুপালী জয়ন্তী বৰ্ষৰ ক্ৰয়োদশ দ্বি – বাৰ্ষিক অধিৱেশন উপলক্ষে আজি লাইখুটা স্থাপন কৰা হয় ৷ জামুগুৰিহাটৰ বিশিষ্ট শিল্পী শ্ৰীযুত ভোলা কটকী ডাঙৰীয়াই উদ্বোধন কৰা জামুগুৰিহাটৰ ডেকাসুন্দৰ নামঘৰৰ পৰা ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হোৱা কায্যসূচী ভাগ লাইখুটা স্থাপনৰে সামৰণি পৰে ৷ লগতে লাইখুটা ভাগ স্থাপন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ আনহাতে এই অনুস্থান ভাগ আৰম্ভ হ’ব ২৮,২৯,৩০ জানুৱাৰী ২০১৯ ত…

Read More

ধেমাজি পূব বৰদলনি সাৰ্বজনীন ত্ৰিনয়ন ধামৰ প্ৰতিষ্ঠা দিৱস

ধেমাজি পূব বৰদলনি সাৰ্বজনীন ত্ৰিনয়ন ধামৰ প্ৰতিষ্ঠা দিৱস- : ——————— অসম খবৰ, ধেমাজি –:সম্প্ৰতি সময়ত সমাজত অন্যায়–অধম,অনীতিয়ে সমগ্ৰ দেশ ছানি ধৰিছে । হত্যা–লুন্ঠন,ঠগ –পৱঞ্চনা আদি নিত্য –নৈমিত্ৰীক ঘটনাত পৰিগণিত হৈছে । সেয়েহে বিশ্ব শন্তিৰ উদ্দেশ্যে পূব বৰদলনি অঞ্চল বাসী ৰাইজে ধৰ্মীয় এনাজৰিয়ে সকলোৰে মনত মিলা–প্ৰীতিৰ ভাৱ প্ৰকত কৰি পূব বৰদলনি সাৰ্বজনীন ত্ৰিনয়ন ধামৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি অহা ইং 31ডিচেম্বৰ,2018 আৰু 1জানুৱাৰী,2019 তাৰিখে ত্ৰিনয়ন ধাম প্ৰাঙ্গণত অনুষ্ঠিত কৰিবলৈ স্হিৰ কৰিছে । দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা উক্ত অনুষ্ঠানৰ দিহানাম পৰিবেশন হেতু অহা সমূহ ভক্ত বৃন্দৰলৈ আয়োজক সমিটিয়ে অভিনন্দন জ্ঞাপন কৰে ।…

Read More

তোমাৰ সন্ধান বিছাৰি মোৰ অবিৰত যাত্রা…..

তোমাৰ সন্ধান বিছাৰি মোৰ অবিৰত যাত্রা….. হে মোৰ চেনেহী কতেনো আছা তুমি, তোমাৰে সন্ধান বিছাৰি খাইছো মই হাবাথুৰি । সৌ সিদিনালৈকে আছিলা মোৰ হিয়াৰে লগৰি, আজি কিয় মোক অকলশৰে এৰি গুচি গলা তুমি। তোমাৰেই শুভ্ৰ মৰমৰ দলিচাই দিছিল মোক সুখৰে সহাৰি। তোমাৰ মৰম স্নেহবোৰ বিয়পি আছে সৌ আকাশখনত যেতিয়া তুমি এন্ধাৰত থাকিবা, তেতিয়াই মই তুমাক জোনাক হৈ পোহৰ বিলাম, সেই পোহৰে তোমাক দিব মৰমৰ সহাৰি। তোমাৰ আৰু মোৰ মৰমৰ শুৱাসে মোৰ অবিৰত যাত্রা সুফল কৰিবনে চেনেহী? নাম: শ্ৰী হিৰকজ্যােতি গন্ধিয়া (কলিতা) ডাকঘৰ: কছুবাৰি থানা: তামুলপুৰ জিলা: বাক্সা বি.টি.এ.ডি (অসম) পিন:…

Read More

প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ পেট্ৰ কেমিকেলচৰ অধ্যক্ষ জগদীশৰ ভূঞাৰ পিতৃ চন্দ্ৰধৰ ভূঞাৰ দেহাৱসান  

    প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ পেট্ৰ কেমিকেলচৰ অধ্যক্ষ জগদীশৰ ভূঞাৰ পিতৃ চন্দ্ৰধৰ ভূঞাৰ দেহাৱসান     বাৰ্ধক্যজনিত কাৰণত আজি কিছুদিন ধৰি ডিব্ৰুগড়ৰ ব্যক্তিগত নাৰ্ছিং হোমত চিকিৎসাধীন হৈ অছিল।   শনিবাৰে  মাজনিশা চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে চন্দ্ৰধৰ ভূঞাই।পূৰ্বে ভূঞাই “জনতা দল” তিনিচুকীয়া জিলাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিওঁ কাকপথাৰ ,ডুমডুমা অঞ্চলৰ বিভিন্ন সামাজিক অনুস্ঠান প্ৰতিস্থানৰ সৈতে জঢ়িত আছিল। ভূঞাৰ দেৱৰ মৃত্যুত কাকপথাৰ অঞ্চলটোৰ লগতে জিলাখনত শোঁকৰ ছা পৰিছে ।

Read More