মূল্যহীন প্ৰতিশ্ৰুতি

মূল্যহীন প্ৰতিশ্ৰুতি ✍🏻 নাজমা শ্বেহনাজ গুৱাহাটী। নিসংগতাই এতিয়া মোৰ জীৱনৰ লগৰী এয়া মাথো তোমাৰ বাবে। যদি ৰাখিবই নোৱাৰা প্ৰতিশ্ৰুিতি তেন্তে কিয় কৈছিলা মোৰ সংগী হ’বা বুলি? জগাইছিলা কিয় মোৰ মনত ভালপোৱাৰ ভাৱ; অকলশৰীয়াই যদি কৰি থৈ যোৱা? ইমানেই মূল্যহীন নে তোমাৰ দুচকুত কাৰোবাৰ প্ৰকৃত ভালপোৱা!! অপমানেৰে জৰ্জৰিত কৰিলা তুমি সেই ভালপোৱাৰ গৰাকীক….। পাহৰিব পৰা নাই তোমাক আজিও,, সংগোপনে সাঁচি ৰাখিছো তোমাক মোৰ হৃদয়ৰ নিভৃত কোণত। তোমাৰ প্ৰতাৰণাৰ বিনিময়ত মোৰ ভালপোৱাই দিলে তোমাৰ সঠিক পৰিচয় যে— তুমি এজন ভণ্ড প্ৰেমিক।।।।

Read More

Srirampur Anchalik AAMSU committee is formed

Srirampur Anchalik AAMSU committee is formed today at Srirampur Damrapara ME School under the presidency of Mofuz Hussain,Kokrajhar district president(AAMSU). Jakir Hussain, district general secretary (AAMSU) delivered a motivational speech addressing the youth about the utility of their powers toward our society irrespective of caste,creed,sex with the presence of deligates, conscious people and students of this area as well. Saddam Hussein and Natin Hussain were elected to be general secretary and president respectively along with very active members of the new committee under the advisory of Abu Bakkar Siddique, president…

Read More