হে মোৰ অসমী আই

হে মোৰ অসমী আই…. হে মোৰ অসমী আই তোৰে কোলাতে জন্ম মোৰ, আই তোৰে কোলাতে তোৰে হৈ জীৱন দান দিব লাগিব। হে মোৰ অসমী আই তই সাৰে আছনে নাই, তোৰ প্ৰাপ্য দেখুন আজি নোহুৱা হবলৈ ধৰিছে, আই তোৰে কোলাতে জন্ম হৈ কিছুমান বৰ বৰ লোকে মানবতা হেৰোৱাই তোৰেই বিৰুদ্ধে যুজিবলৈ লৈ আই তোৰেই ভেটিগ্ৰস্ত কৰিবলৈ ধৰিছে। আই তোৰেই স্বাৰ্থৰহকে তোকে বছাবলৈ গৈ হেজাৰ হেজাৰ দেকাই শ্বহিদৰ তেজেৰে ৰাঙুলি হল, শ্বহিদ সকলে ৰনসিঙা বজাই তোৰেই কথাকেই কয়। তোৰেই আছল কানি অনা অসমীয়াই কৰিছেহি অপমান আই অসমীৰ। হে মোৰ অসমী আই তোকে…

Read More

বিশিষ্ট সাহিত্যিক, মিচিং সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চেঙাৰাম মৰাঙৰ মৃত্যু  

    বিশিষ্ট সাহিত্যিক, মিচিং সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চেঙাৰাম মৰাঙৰ মৃত্যু   বিশিষ্ট সাহিত্যিক, সমালোচক মিচিং সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ‘ মাজুলীত কবিতা ‘ আলোচনীৰ প্ৰাক্তন উপদেষ্টা, সু-বক্তা, জেংৰাইমুখ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক,  সু-কবি চেঙাৰাম মৰাঙৰ যোৱাকালি ১৬ ডিচেম্বৰ দেওবাৰে পুৱা পৰলোকপ্ৰাপ্তি ঘটে। বহুমুখী প্ৰতিভাধৰ মৰাংদেৱৰ মৃত্যুত শোকদগ্ধ মাজুলীবাসী শোকস্তব্ধ হৈ পৰিছে। সমাজ সংগঠক, সাহিত্যৰ নিৰলস সাধক মৰাংদেৱৰ মৃত্যু সাহিত্য ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মাজুলীৰ বিশিষ্ট ব্যক্তসকলে মত পোষণ কৰিছে। প্ৰাঞ্জল মিতভাষী’, নিৰহংকাৰী, ৰঙিয়াল মুখৰ বিশিষ্ট এই বিশিষ্ট সাহিত্যিকগৰাকীৰ বিয়োগেত আজি মাজুলীবাসীয়ে এগৰাকী বহুপ্ৰতিভাধৰ নক্ষত্ৰক হেৰুৱালে। মাজুলীৰ সাহিত্য-সংস্কৃতিৰ…

Read More

অসমৰ ক্ৰিকেটপ্ৰেমীৰ বাবে সু-খবৰ

  গুৱাহাটীৰ বৰ্ষাপাৰাত প্ৰথমবাৰৰ বাবে এদিনীয়া আৰু টি-২০ৰ সম্পূৰ্ণ শৃংখলা   বিৰাট কোহলি কিম্বা ৰোহিত শৰ্মাৰ দৰ্শনীয় বেটিং ষ্টাইল নহয় এইবাৰ অসমৰ ক্ৰিকেটপ্ৰেমীয় দেখিবলৈ পাব আন্তঃৰাষ্ট্ৰীয় মহিলা ক্ৰিকেটৰ চাঞ্চল্য তথা ভাৰতীয় মহিলা ক্ৰিকেটৰ তাৰকা হৰমনপ্ৰীত কৌৰ, মিঠালি ৰাজৰ দৰে ক্ৰিকেটাৰৰ চমক। জানিব পৰা মতে গুৱাহাটীৰ বৰ্ষাপাৰ ক্ৰিকেট ষ্টেডিয়ামত অহা ফেব্ৰুৱাৰি-মাৰ্চ মাহত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব এটি মহিলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলা। ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া শৃংখলাটো ১৪ ফেব্ৰুৱাৰিৰ পৰা ১০ মাৰ্চলৈ চলিব। ১৬ ডিচেম্বৰত অনুষ্ঠিত অসম ক্ৰিকেট সন্থা চমুকৈ এ চি এৰ গভৰ্ণিং ব’ডীৰ সভাতে ক্ৰিকেট শৃংখলাটো গুৱাহাটীৰ বৰ্ষাপাৰা…

Read More

খোজ কাঢ়ি সমগ্ৰ বিশ্ব ভ্ৰমণ কৰা জাৰ্মানৰ এজন বিশেষ ব্যক্তিঃ

খোজ কাঢ়ি সমগ্ৰ বিশ্ব ভ্ৰমণ কৰা জাৰ্মানৰ এজন বিশেষ ব্যক্তিঃ বৰ্তমান এইগৰাকী ব্যক্তি উপস্থিত হৈছেহি অসমত। www.asomkhobor.com

Read More