অসম চৰকাৰ চাকৰীয়ালৰ বাবে সুখবৰঃ ২০১৯ বৰ্ষত ৩৫ দিনীয়া অসম চৰকাৰৰ চাকৰিয়ালৰ বন্ধ

অসম চৰকাৰৰ কেবিনেট আজি এক গুৰুত্বপূৰ্ণ সভাত ২০১৯ বৰ্ষত মুঠ ৩৫ দিনৰ বন্ধ হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰে।  ২ দিন অৰ্ধ বন্ধৰো সিদ্ধান্ত গ্ৰহণ কৰে। ২০১৯ বৰ্ষত অসম চৰকাৰৰ চাকৰিয়ালৰ ৩৫ দিনীয়া বন্ধ তালিকাত ১০ ছেপ্টম্বৰ দিনটো মুছলমান সম্প্ৰদায় ধৰ্মীলোকৰ বাবে আৰু ১৩ অক্টোৱৰ দিনটো লক্ষ্মী পূজা উপলক্ষে ২ দিনৰ অৰ্ধ চুটি বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰে। বন্ধ তালিকাত দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে আৰু ৫২টা দেওবাৰ বন্ধ অসম চৰকাৰৰ চাকৰিয়ালে অহা বৰ্ষটোত মুঠ ৩০ দিনৰ ১২ দিনহে নৈমিত্তিক বন্ধ ল’ব পাৰিব। ২০১৯ বৰ্ষত ৩৫ দিনীয়া অসম চৰকাৰৰ চাকৰিয়ালৰ বন্ধ তালিকা হ’ল-…

Read More

এন আৰ চি-ৰ ওজৰ-আপত্তি থাকিলে ৩১ ডিচেম্বৰৰ পূৰ্বে দাখিলৰ আহ্বান মাজুলীৰ জিলা উপায়ুক্তৰঃ

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাত কোনো ব্যক্তিৰ নাম অন্তৰ্ভুক্তিৰ বিৰুদ্ধে অভিযোগ থাকিলে, অভিযোগ দাখিল কৰিবলৈ মাজুলী জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত এক অভিযোগ দাখিল কেন্দ্ৰ মুকলি কৰা হৈছে। এই সুচিধা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাৰ প্ৰতিলিপি উপায়ুক্তৰ কাৰ্যালয়ত/চক্ৰ বিষয়াৰ কাৰ্যালয়ত/এন আৰ চি সেৱা কেন্দ্ৰসমূহত উপলব্ধ হ’ব আৰু কাৰ্যালয় খোলা থকাৰ সময়ত যিকোনো ব্যক্তিয়ে সেয়া চাব পাৰিব। এন আৰ চি-ত অন্তৰ্ভুক্ত কোনো ব্যক্তিৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত থকাত যদিহে আপত্তি আছে, তেন্তে তেনে ব্যক্তিৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত কৰাত আপত্তি জনাই “অভিযোগ দাখিল কেন্দ্ৰ” বা সংশ্লিষ্ট এন আৰ চি সেৱা কেন্দ্ৰত অহা…

Read More

খোজ কাঢ়ি সমগ্ৰ বিশ্ব ভ্ৰমণ কৰা জাৰ্মানৰ এজন বিশেষ ব্যক্তিঃ বৰ্তমান এইগৰাকী ব্যক্তি উপস্থিত হৈছেহি অসমত

খোজ কাঢ়ি সমগ্ৰ বিশ্ব ভ্ৰমণ কৰা জাৰ্মানৰ এজন বিশেষ ব্যক্তিঃ বৰ্তমান এইগৰাকী ব্যক্তি উপস্থিত হৈছেহি অসমত। www.asomkhobor.com

Read More

অধ্যাত্মমুখী সামাজিক সাংস্কৃতিক যুৱ সংগঠন: সদৌ অসম তৰুন বিদ্যাৰ্থী সমাজৰ প্ৰাদেশিক কৰ্মশালা অনুষ্ঠান

অধ্যাত্মমুখী সামাজিক সাংস্কৃতিক যুৱ সংগঠন: সদৌ অসম তৰুন বিদ্যাৰ্থী সমাজৰ প্ৰাদেশিক কৰ্মশালা যোৰহাট মেলেং মেটেলী,ক্ষত্ৰৰ পৰা শ্ৰী গম্ভীৰ হাজৰিকা :- যোৰহাট নগৰৰ পৰা ১২ কিলোমিটাৰ পূৱলৈ আহিলে আৰু টীয়কৰ পৰা ৭ কিলোমিটাৰ পশ্চিমলৈ আহিলেই পোৱা যাই মেলেং মেটেলী । উদ্‌যাপন সমিতিৰ উদ্যোক্ত সকল তথা আদৰণি সমিতিৰ সভাপতি ৰাকেশ কাকতি য়ে জনোৱা অনুসৰি যোৰহাট জিলা এই মেলেং মেটেলীৰ স্হলিত সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাদেশিক কৰ্মশালা অনুষ্ঠানটি অহা ইং 22,23,24,25, আৰু 26-ডিচেম্বৰ 2018 তাৰিখে প্ৰস্তুতি সম্পন্ন হৈছে । সেয়েহে উক্ত অনুষ্ঠানত সকলো ধৰ্মপ্ৰাণ ৰাইজ, ভকত-বৈষ্ঞৱ ,তৰুণ-তৰুণী, তথা সকলো জাতি,ধৰ্ম, ভাষা নিবিশেষে অনুষ্ঠানটি সাফল্য…

Read More