গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক দুব্যৱহাৰ আজমলৰ

এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ আক্ৰমণ সাংবাদিকক এটা ব্যক্তিগত ডিজিটেল মিডিয়াৰ আৰু এটা ব্যক্তিগত চেটেলাইট চেনেলৰ সাংবাদিক আক্ৰমণ বদৰুদ্দিন আজমলৰ। কংগ্ৰেছৰে মিত্ৰতা কৰাৰ প্ৰশ্নত জাঙুৰ খাই উঠি এই অভব্য আচৰণ কৰে বদৰুদ্দিন আজমলে।  

Read More

মইনা পুখুৰী ভুইচম্পা দেৱী মন্দিৰঃ কিয় বিখ্যাত এই বিশেষ মন্দিৰটো !

আপোনালোকে নিশ্চয় এটা কথা ভালদৰে জানে পুখুৰী, নৈ, বিলত পানী শুকাই। কিন্তু আজি আপোনালোকক এটি দৃশ্য দেখুওৱাম। য’ত এটি পুখুৰীত অনবৰতে পানী থাকে। পুখুৰীৰ পানী কেতিয়াও নুশুকাই। নাম কি হয় পানী নুশুকোৱা পুখুৰীটোৰ? ক’ত আছে পানী নুশুকোৱা সেই বিশেষ পুখুৰীটো ? পুখুৰীটোৰ নাম হ’ল মইনা পুখুৰী। এই পুখুৰীটো বাক্সাৰ ভাৰত ভুটান সীমান্তৰ প্ৰায় ৩ কি.মি দুৰত্বত এখন হাবিৰ মাজত অৱস্থিত। এই পুখুৰীটোৰ লগতে সেই স্থানত গুপ্তেশ্বৰ নামৰ এটা গুহাৰ লগতে এটা মন্দিৰো আছে। মন্দিৰৰ নাম হ’ল মইনা পুখুৰী ভুইচম্পা মন্দিৰ। উক্ত মন্দিৰত স্থানীয় লোকৰ উপৰিও দিল্লী, ৰাজস্থান, মনিপুৰ, ছিলং, নেপাল…

Read More