১৭টা গল্পৰ সান্নিধ্যৰে ৰেণুমালা বৰা চেতিয়াৰ গ্রন্থ “আবেলিৰ ৰং “

দিছপুৰ প্ৰেছক্লাবত আবেলিৰ ৰং গ্ৰন্থ উন্মোচনী সভাত ডঃ ভাৱেশ দাস ১৭টা গল্পৰ সান্নিধ্যৰে ৰেণুমালা বৰা চেতিয়াৰ গ্রন্থ “আবেলিৰ ৰং  গোলাঘাটত জন্ম লাভ কৰা লেখিকা চেতিয়াই দেৱৰাজ ৰয় কলেজৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰি টোকলাই চাহ গৱেষণা গাৰত চাকৰি জীৱনৰ পাতনি মেলে ।বৰ্তমান অৱসৰ গ্ৰহণ কৰি গল্প,প্ৰবন্ধ লিখাত মনোনিবেশ কৰি সাহিত্য সমাজৰ বাবে বৰঙণি আগবঢ়াই ।

Read More

জিলিকিছে গহপুৰৰ জোনালী শইকীয়া

  জিলিকিছে গহপুৰৰ জোনালী শইকীয়া গহপুৰ ছয়দুৱাৰ মহাবিদ্যালয়ত অতি সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰি তেজপুৰ বিশ্ববিদ্যালয়লৈ ৰাওনা হৈছিল তেওঁ উচ্চ শিক্ষাৰ বাবে । গহপুৰৰ মহকুমাৰ ৰত্নেশ্বৰ শইকীয়া আৰু কুঞ্জলতা শইকীয়া জীয়ৰী জোনালী শইকীয়া । তেজপুৰ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ভাষা বিজ্ঞান ন বিষয়টিত স্নাতকোত্তৰৰ বাবে সুবিধা লাভ কৰিছিল তেওঁ । তেওঁ  ভাষা বিজ্ঞান বিষয়ত সকলোতকৈ সৰ্বোচ্চ নম্বৰ লাভ কৰি সোনৰ পদক লাভ কৰিবলৈ সক্ষম হয় । ইফালে জোনালী শইকীয়াই সোনৰ পদক পোৱাত সমূহ গহপুৰবাসী ৰাইজে অভিনন্দন জ্ঞাপন কৰিছে ।  

Read More

খৈৰাণীত একল বিদ্যালয়ত শিক্ষা গ্ৰহন কণ কণ ছাত্ৰ-ছাত্ৰীৰ

বাক্সা জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে খৈৰাণীৰ উত্তৰ কাৰখেলা ৰাধা কৃষ্ণ মন্দিৰ প্ৰাংগনত একল বিদ্যালয়ৰ যোগেদি শিশু সকলক শিক্ষা গ্ৰহণ কৰি আছে। যোৱা ২০১৮ চনৰ আগষ্ট মাহৰ পৰা চলি থকা শিক্ষাৰ ব্যৱস্থা বৰ্তমান লৈকে চলি আছে। একল বিদ্যালয়ৰ শিক্ষয়ত্ৰী বিদ্যা খড়কাই জানিব দিয়া মতে বৰ্তমান ২৫ জন ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে।

Read More