ধেমাজি ১৫নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত বজাৰ, উপায়ুক্ত লৈ স্মাৰক পত্ৰ প্ৰেৰণ

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি সদৰ আঞ্চলিক সমিতিয়ে, ধেমাজি নগৰৰ মাজ মজিয়াত অৱস্থিত ১৫নং ৰাষ্ট্ৰীয় ঘাই পথৰ বজাৰ সমূহ অন্য স্থানলৈ নিয়াৰ ব্যৱস্থা কৰা, ধেমাজি নগৰৰ মাজেদি চলাচল কৰা বে-চৰকাৰী বাছ তথা বাহন সমূহ নগৰৰ মাজ মজিয়াত ৰখোৱা P N G B,পথত অৱস্থিত পুৰণি বে-চৰকাৰী বাছ ষ্টেণ্ডত ৰখোৱৰ ব্যৱস্থা কৰা আৰু ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ধেমাজি নগৰৰ মাজ মজিয়াত গাড়ী ষ্টেণ্ড ব্যৱস্থা কৰা হৈছে । সেই সমুহ ষ্টেণ্ড অন্য স্থানলৈ নিয়াৰ ব্যৱস্হা গ্ৰহনৰ দাবীত ধেমাজি নগৰৰ ব্যাপক যান-জঁটৰ সমস্যাৰ হোৱাৰ বাবে অসম জাতীয়তাবাদী যুৱ পৰিষদে ধেমাজি জিলা উপায়ুক্তলৈ আজি…

Read More

পৰ্যটনৰ কেন্দ্ৰবিন্দু হ’ব পাৰে কাকৈজানা

ডিচ বঙাইগাঁও জিলাৰ সদৰৰ পৰা প্ৰায় ১৮ কি: মি: দুৰত্বত ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি আছে কাকৈজানা পাহাৰ ৷ উক্ত পাহাৰত বিলুপ্তপ্ৰায় সোণালী বান্দৰৰ মুক্ত বিচৰন থলী ৷ জানিব পৰা মতে এই পাহাৰত প্ৰায় ৮০০- ৯০০ মান সোণালী বান্দৰ আছে ৷ কিন্তু বৰ্তমান সময়লৈকে অসম চৰকাৰৰ বন বিভাগে বিলুপ্তিৰ গ্ৰাসত পৰা সোণালী বান্দৰ সংৰক্ষণৰ বাবে কোনো ব্যৱস্থা গ্ৰহন কৰা নাই । লগতে চৰকাৰেও পৰ্যটন আকৰ্ষণৰ বাবে কোনো পদক্ষেপ লোৱা নাই বুলি দুখ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে ৷ চৰকাৰে গঁড় সংৰক্ষণৰ ব্যৱস্থা যিদৰে কৰিছে সেইদৰে বিলুপ্তিৰ গৰাহত পৰা সোণালী বান্দৰৰ সংৰক্ষণৰ ব্যৱস্থা…

Read More