জামুগুৰিহাট ইউকো বেংকৰ গাণণিক বিষয়াৰ অৱসৰ  

  জামুগুৰিহাট ইউকো বেংকৰ গাণণিক বিষয়াৰ অৱসৰ   বিগত ৩৫ বছৰকাল জামুগুৰিহাটৰ ইউকো বেংকত গাণণিক বিষয়া হিচাপে নিজৰ দায়িত্ব সুচাৰুৰূপে সম্পন্ন কৰি গ্ৰাহক ৰাইজৰ প্ৰিয়ভাজন হৈ পৰা জামুগুৰিহাটৰে ৰাজ মোহন দাসে যোৱাকালি বছৰৰ শেষ দিনটোত চাকৰি জীৱণৰপৰা অৱসৰ গ্ৰহণ কৰে৷অতি নম্ৰ আৰু বিনয়িক স্বভাৱৰ দাসে চাকৰি জীৱণকালত সকলোকে নিজৰ স্বভাৱসুলভ ব্যৱহাৰৰে মুগ্ধ কৰি তোলা কৰ্মচাৰীজনৰ অৱসৰ গ্ৰহণৰ দিনটোত বেংকটোৰ সমুহ কৰ্মচাৰীৰ লগতে গ্ৰাহকসকলো বেদনাবিহ্বল হৈ পৰে৷১৯৮৪ চনতেই চাকৰি জীৱণত ভৰ্তি হোৱা দাসে সুদীৰ্ঘ কাল স্বভাৱসুলভ তথা ভদ্ৰ আচৰণৰ বাবেই অঞ্চলটোৰ ৰাইজে স্থানীয় জামুগুৰিহাট শাখাটোতেই ব্যক্তিগৰাকীক কাম কৰাৰ দাবী জনাই অহাৰ…

Read More

 নৱবৰ্ষৰ প্ৰথম দিনাই বিশ্বনাথ জিলা প্ৰসাশনৰ অভিনৱ প্ৰয়াস,প্ৰশাসনক ৰাইজৰ কাষ চপাই নিয়াৰ এক বিনম্ৰ প্ৰয়াস ‘গাঁৱলৈ বলক’

নৱবৰ্ষৰ প্ৰথম দিনটোত নিজ পৰিয়ালৰ সৈতে বনভোজ খাই নহয় বিশ্বনাথৰ তিনিসুতিবাসীক চৰকাৰী আচনিৰ বিষয়ে অৱগত কৰিলে বিশ্বনাথ জিলা প্ৰশাসনে। নৱবৰ্ষৰ প্ৰথম দিনটোত সকলোৰে ইচ্ছা নিজ পৰিয়ালৰ সৈতে সুখে শান্তিৰে এসাঁজ খাই নৱবৰ্ষৰ পহিলা দিনতো স্মৰনীয় কৰি তোলাৰ ৷ কিন্তু বিশ্বনাথৰ সকলো প্ৰসাশনিক বিষয়াৰ গাত তত নাই ৷ উদেশ্য বিশ্বনাথ বাসীক নতুন কিবা এটা উপহাৰ দিয়াৰ ৷ নতুন বছৰৰ পহিলা দিনতে জিলাখনৰ প্ৰত্যেকজন প্ৰসাশনিক বিষয়াক দেখা গল তিনিসুতি গাওঁ পঞ্চায়তৰ কাৰ্য্যালয়ত ৷ 450 সকলোৰে হেপাঁহ অসম চৰকাৰৰ সমুহ আচনিৰ বিষয়ে ৰাইজক অৱগত কৰা ও সজাগতা সৃষ্টি কৰা ৷ বিশ্বনাথ বাসীৰ মাজত…

Read More

বছৰৰ প্ৰথমটো দিনত উখল-মাখল চৰাইদেউ মৈদামক্ষেত্ৰ

    বছৰৰ প্ৰথমটো দিনত উখল-মাখল চৰাইদেউ মৈদামক্ষেত্ৰ ২ জানুৱাৰীৰপৰা ৪ জানুৱাৰীলৈকে দ্বিতীয় চৰাইদেউ মহোৎসৱ চৰাইদেউ মৈদামক্ষেত্ৰৰ পৰা অভিজিৎ ভূঞা বছৰৰ প্ৰথমটো দিনত লোকে লোকাৰণ্য হৈ পৰিল আহোম ৰাজত্বকালৰ প্ৰথমটো স্থায়ী ৰাজধানী তথা পাছলৈ প্ৰবিত্ৰ মৈদামক্ষেত্ৰলৈ পৰিণত হোৱা চৰাইদেউ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰপৰা অহা সহস্ৰাধিক বনভোজ প্ৰেমীৰ উপস্থিতিত উখল-মাখল পৰিৱেশৰ সৃষ্টি হয় চৰাইদেউ মৈদামক্ষেত্ৰ। চৰাইদেউ মৈদামক্ষেত্ৰ পৰিদৰ্শনৰ বাবে লগতে মৈদামক্ষেত্ৰৰ সমীপত বন্ধু বান্ধৱ, আত্মীয়-স্বজনৰ লগত এসাঁজ বনভোজ খাবলৈ আজি পুৱাৰেপৰা লানি-নিছিগা গাড়ীৰ সোঁত বয়। ইফালে মৈদামক্ষেত্ৰৰ সমীপৰ পথাৰত শৃংখলাবদ্ধ ভাৱে শাৰী পাতি আনন্দ উল্লাসৰ মাজেৰে এসাঁজ লগে ভাগে খাই নতুন বছৰক…

Read More