বুঢ়াচাপৰি অভয়াৰণ্যত ডিএফঅ’ৰ গাড়ীত আক্ৰমণ

নগাঁও জিলাৰ বুঢ়াচাপৰি অভয়াৰণ্যত ডি এফ অ’ৰ গাড়ীত আক্ৰমণৰ ঘটনা সংঘটিত হয় ৷   অভয়াৰণ্যৰ লাঠিমাৰী চৰত দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰে ডি এফ অ’ জিতেন্দ্ৰ কুমাৰৰ গাড়ীত ৷ অভয়াৰণ্যত কৰ্তব্য পালন কৰি থকা অৱস্হাত দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰি লণ্ডভণ্ড কৰে ডি এফ অ’ৰ গাড়ী৷ লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যৰ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ জাননীৰ পিছতেই দুষ্কৃতিকাৰীৰ আক্ৰমণৰ সন্মুখীন হয় ডি এফ অ’গৰাকী৷   নাগাওয়ান ডিএফও জিতেন্দ্র কুমারের গাড়িতে অবৈধ বসতি স্থাপনকারীরা আসামের বুড়া চোপরি বন্যপ্রাণী অভয়ারণ্যের অভ্যন্তরে লতিমারী চরে হামলা চালায়। ডিএফও কুমারের ঘনিষ্ঠ শেভ, আশ্রয়স্থল প্রাঙ্গণ থেকে পরিষ্কার করার জন্য তাদের নোটিশ দেওয়ার জন্য…

Read More

কুমাৰীকাটাত নতুন বছৰৰ পাঠ দান আৰম্ভণিৰ আগমুহুৰ্তত নাম-কীৰ্তন

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা শংকৰদেৱ শিশু নিকেতনত নতুন বছৰৰ পাঠ দানৰ আগমুহুৰ্তত কুমাৰীকাটা খৈৰাবাৰীৰ নাম কীৰ্তন দলে নাম কীৰ্তন কৰি নতুন বছৰৰ উদ্বোধন কৰে। নিকেতনৰ শিক্ষক সকলে আমন্ত্ৰণ কৰি আনে খৈৰাবাৰীৰ নাম কীৰ্তন দলটিক। প্ৰায় ডেৰ ঘন্টা মানৰ নাম কীৰ্তনত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী ৰ লগতে অভিভাৱক- অভিভাৱিকা উপস্থিত থাকে।

Read More

কোচৰাজবংশীক জনজাতিকৰণৰ দাবীত ৮ জানুৱাৰীত আক্ৰাছুৰ ১২ ঘন্টীয়া অসম বন্ধৰ আহ্বান

কোচৰাজবংশীক জনজাতিকৰণৰ দাবীত অহা ৮ জানুৱাৰীত ১২ ঘন্টীয়া অসম বন্ধৰ আহ্বান : আক্ৰাছুৰ

Read More

ডিকম উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভাগ্যেশ্বৰ চেতিয়া আৰু নাই, দল-সংগঠনৰ শোক প্ৰকাশ

অসম খবৰ,চাবুৱাঃ মানৱ সম্পদ গঢ়াৰ খনিকৰ স্বৰূপ শিক্ষকসকল সমাজৰ বাবে শ্ৰদ্ধাৰ পাত্ৰ।শিক্ষাদানৰ লগতে সমাজ খনৰ উন্নয়নৰ বাবে অহৰহ কাম কৰি ভাগৰি নপৰা শিক্ষকসকল প্ৰকৃততে সমাজপ্ৰিয় মানুহ বুলি এক নাম আছে।সমাজৰ প্ৰতিটো ক্ষেত্ৰত অৱদান আগবঢ়াই সমাজ খনক প্ৰতিষ্ঠা কৰি সমাজ পোহৰাই তোলাৰ কৰ্মত বৰ্তী থাকে। সমাজখনৰ বাবে তেনে শিক্ষকসকল আদৰ্শ হৈ পৰে সকলোৰে বাবে।তেনেই এগৰাকী শিক্ষকৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে ডিব্ৰুগড় জিলাৰ ডিকমৰ লগতে চেতিয়া গাঁৱত। ডিকম উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভাগ্যেশ্বৰ চেতিয়াৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে। ডিব্ৰুগড় জিলাৰ চাবুৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত পানীতোলা শিক্ষা খণ্ডৰ…

Read More

বিলাসীপাৰা গান্ধী চ’কত ভাৰতবৰ্ষৰ সংবিধান, গণতন্ত্ৰ ৰক্ষা আৰু নিৰাপত্তাৰ সংকল্পৰে- বন্তি প্ৰজ্জ্বলন কাৰ্য্যসূচীৰে প্ৰতিবাদ

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বিলাসীপাৰা জিলা আৰু আঞ্চলিক শাখা সমিতিৰ উদ্যোগত বিলাসীপাৰা গান্ধী চ’কত ভাৰতবৰ্ষৰ সংবিধান, গণতন্ত্ৰ ৰক্ষা আৰু নিৰাপত্তাৰ সংকল্পৰে- বন্তি প্ৰজ্জ্বলন কাৰ্য্যসূচীৰে প্ৰতিবাদ   অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বিলাসীপাৰা জিলা আৰু আঞ্চলিক শাখাৰ উদ্যোগত বিলাসীপাৰা গান্ধী চ’কত ভাৰতবৰ্ষৰ সংবিধান, গণতন্ত্ৰ ৰক্ষা আৰু নিৰাপত্তাৰ সংকল্পৰে-বন্তি প্ৰজ্জ্বলন কাৰ্য্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰা হয়। বিশ্বজিত শৰ্মা, নৱ বৰুৱা, হেমন্ত দাস কে ধৰি অৰ্ধশতাধিক আছুৰ বিলাসীপাৰা জিলা আৰু আঞ্চলিক শাখা সমিতিৰ কৰ্মী সকলে উপস্থিত থাকে।

Read More

দৰঙৰ দলগাঁৱত বুধবাৰে নিশা অস্ত্ৰসহ আটক তিনি দূৰ্ধৰ্ষ ডকাইত, অন্য দুজনক আজি গ্ৰেপ্টাৰ

বেছিমাৰীৰ লাইন হোটেল এখনত ডকাইতৰ দলটোৱে বহি থকা বুলি গোপন খবৰৰ ভিত্তিত দলগাঁও আৰক্ষীয়ে কালি নিশা আটক কৰিছিল তিনিজন ডকাইতক৷ দলটোৰ পৰা প্ৰথমে আৰক্ষীয়ে এটা পিষ্টল, তিনিখন ডেগাৰ আৰু পাঁচ ৰাউন্ড গুলী উদ্ধাৰ কৰে৷ তাৰ পিছত পুণৰ আজি আন এজন ডকাইতৰ ঘৰৰ পৰা এটা হস্ত নিৰ্মিত পিষ্টল , ১০ টা সজীৱ গুলি, প্ৰায় ৫০ ডাল কাঁড়, কিছু বিস্ফোৰক সামগ্ৰী, বহু কেইখন দেগাৰ, ছাইলেন্সৰ পাইপৰ লগতে বিস্ফোৰণ সামগ্ৰী নিৰ্মান কৰিব পৰা বহু কেইপদ সামগ্ৰী। সংবাদ মেলত আৰক্ষী অধীক্ষক প্ৰকাশ কৰে এই লোক কেইজন গঁড় হত্যাৰ লগতে বহু ডকাইতি কাৰ্যত লিপ্ত। ডকাইত…

Read More

পূৱ শোণিতপুৰ বন সংমণ্ডল কায্যালয়ত নিবিদাৰ অনিয়মৰ অভিযোগ

  পূৱ শোণিতপুৰ বন সংমণ্ডল কায্যালয়ত নিবিদাৰ অনিয়মৰ অভিযোগ । বন সংমণ্ডল বিষয়াই গোপনে এজন ঠিকাদাৰক ঠিকা দিয়া পৰিকল্পনা অভিযোগ  পূৱ শোণিতপুৰ বন সংমণ্ডল কায্যালয়ত নিবিদাত দুৰ্নীতি অভিযোগ । জানিব পৰা মতে বৰগাং বন বিষয়া কায্যালয় অধিনৰ ঠাণ্ডা পানী পৰা নাহৰজানলৈ এটা পথ নিৰ্মাণ কৰিবলৈ বন বিভাগে এক নিবিদাৰ জড়িয়তে পথটো নিৰ্মাণ কৰিবলৈ দিয়া নীতি- নিয়ম আছিল যদিও  পূব শোণিতপুৰ বন সংমণ্ডল বিষয়া গৰাকীয়ে গোপনে গোপনে এজন ঠিকাদাৰক ঠিকা দিয়া এক গোপন প্ৰচেষ্টা চলাই থকা গুৰুত্ব অভিযোগ উত্থাপিত হৈছে। জানিব পৰা মতে  বুধবাৰে পূৱ শোণিতপুৰ বন সংমণ্ডল বন বিষয়া গৰাকীয়ে এজন…

Read More