২৮ জানুৱাৰীত অসম বিধান সভাৰ অধিৱেশন

  নিউজ ডেস্কঃ ২৮ জানুৱাৰীৰ পুৱা ৯.৩০ বজাত অসম বিধান সভাৰ এখন অধিৱেশন দিছপুৰত অৱস্থিত অসম বিধান সভাৰ কক্ষত অনুষ্ঠিত হ’ব। অসম বিধান সভা সচিবালয়ৰ দ্বাৰা জাৰি কৰা এক অধিসূচনাত এই কথা প্ৰকাশ।

Read More

সাপকাটা আমছু আঞ্চলিক গোটৰ উদ্যোগত সাংগঠনিক সভা সম্পন্ন

বৃহস্পতিবাৰে সাপকাটা আমছু আঞ্চলিক গোটৰ উদ্যোগত কোকৰাঝাৰ জিলা আমছুৰ সভাপতি মাহফুজ হুছোইন আনছাৰী আৰু সাধাৰণ সম্পাদক জাকিৰ হুছোইনৰ নেতৃত্বত সাপকাটা আঞ্চলিক গোটৰ কাৰ্যালয়ত এখন সভাৰ আয়োজন কৰা হয় । নুৰুল ইছলাম মিঞাৰ সভাপতিত্বৰ দায়িত্বওত থাকি সংগঠনটোৰ বহুত দিশৰ লগতে বৰ্তমান অসমৰ জলন্ত সমস্যা NRC ৰ দিশ সম্পৰ্কে এক গুৰুত্ত্বপূৰ্ণ আলোচনা দাঙি ধৰে । উল্লেখনীয়ভাবে এ বি এমছুৰ নেতা লাফিকুল ইছলামৰ বিয়োগে যে তেওঁৰ সংগঠনটোক দুৰ্বল কৰি পেলাইছে তাৰে এক ফলস্বৰূপে আজিও কেইবাজন এ বি এমছুৰ বলিঠ কৰ্মীয়ে আমছুত যোগদান কৰা দেখা যায় ।

Read More