তেজপুৰ বৰঘাট আৰক্ষীযে  আটক কৰা দুধূৰ্ষ চোৰাং চিকাৰীক ৭ দিনৰ বাবে  বিশ্বনাথৰ অপৰাধ অনুসন্ধান বনাঞ্চলিক কাৰ্যালয় আৰু  বন্যপ্রাণী সংমণ্ডলৈ প্ৰেৰণ 

যোৱা ২২ ডিচেম্বৰত তেজপুৰ বৰঘাট আৰক্ষীয়ে এক গোপন পম খেদি যোৱা ২২ ডিচেম্বৰ ত এটা চোৰাং চিকাৰী আটক কৰিছিল । আটক হোৱা  চিকাৰীটো বিশ্বনাথৰ  চতিয়াৰ ৪নং ভোজ মাৰীৰ মিৰ্জাদ আলি ওৰফে কপালকটা  ৷  পূৰ্বে  বহু কেইটা গঁড়  হত্যাৰ অভিযোগত অভিযুক্ত  চিকাৰীটো পলাতক অৱস্থাত আছিল ৷ চোৰাংচিকাৰীটোৰ পৰা পূৰ্বে নগদ সত্তৰ হাজাৰ টকা উদ্ধাৰ কৰা লগতে যোৱা ২২  তাৰিখে তেজপুৰ আৰক্ষীয়ে অভিযান চলাই চিকাৰী টো পৰা উদ্ধাৰ কৰিছিল  ২টা থ্ৰি নট থ্ৰি ৰাইফল,২ টা চাইলেঞ্চাৰ আৰু বহুতো আপত্তিজনক সামগ্ৰী বন বিভাগে উদ্ধাৰ কৰে ৷ ২০১৭ চনৰপৰাই চোৰাং চিকাৰীটো বন বিভাগৰ মূৰৰ…

Read More