মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ, গ্ৰেপ্তাৰ হ’ব নেকি হিমন্ত বিশ্ব শৰ্মা ?

এতিয়া অসমত ইজন নেতাই সিজন নেতাক গালি পৰা বাহিৰে কোনো উন্নয়ন মুলক কৰা দেখা নাই ৰাইজে । এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দিন হেনো যি মন যায় তাকে কৰে মন গ’লে মিছা কথাও কৈ ৰাইজক বিপদে পৰিচালনা কৰা বুলি অভিযোগ উত্থাপিত কৰিছে যুৱ কংগ্ৰেছে । ইফালে মইনবড়ী সত্ৰ সন্দৰ্ভত কৰা মন্তব্যক লৈ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল। বৰপেটাৰ বাঘবৰৰ মন্দিয়া থানাত বৰপেটা জিলা যুৱ কংগ্ৰেছে দাখিল কৰিলে এজাহাৰ। বাঘবৰ সমষ্টিক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ। মইনবড়ী সত্ৰখন বাংলাদেশীৰ অত্যাচাৰত স্থানান্তৰ হৈছিল বুলি এটা…

Read More