কুমাৰীকাটাত গোৰ্খা ছাত্ৰ সন্থাৰ জোঁৰ সমদল

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰুদ্ধে সমগ্ৰ অসমজুৰি বিভিন্ন দল সংগঠন তথা ব্যক্তিয়ে প্ৰতিবাদ সাব্যস্ত কৰি অহা সময়তে তামুলপুৰ মহকুমাটো ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। আজি সন্ধিয়া বাক্সা জিলা গোৰ্খা ছাত্ৰ সন্থাই কুমাৰীকাটাত বিশাল জোঁৰ সমদল কাৰ্য্যসুচী ৰূপায়ণ কৰে। সন্ধিয়া ৬ বজাত কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে জোঁৰ লৈ কুমাৰীকাটাৰ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ ঢেকীয়াবস্তীস্থিত কাৰ্যালয়ৰ পৰা কুমাৰীকাটা-জালাহ পথ হৈ কুমাৰীকাটা স্থিত ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় পথত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ গো বেক, নৰেন্দ্ৰ মোদী গো বেক , নাগৰিকত্ব সংশোধনী বিধেয়ক আইন ২০১৬ বাতিল কৰক, গোৰ্খা ছাত্ৰ…

Read More

নিবনুৱাৰ আদৰ্শ হ’ব পাৰে, নৱোদয় অৰ্গেনিক ফাৰ্ম

বঙাইগাঁৱৰ এদল শিক্ষিত উদ্যমী যুৱকৰ হাতত প্ৰাণ পাই উঠিছে নৱোদয় অৰ্গেনিক ফাৰ্ম ৷ ফাৰ্মত জড়িত ৭ জন যুৱকৰ সৰহ সংখ্যক যুৱকে টেটৰ শিক্ষক। তথাপিও কৃষি কৰ্ম জড়িত হৈ নিবনুৱা যুৱকৰ বাবে পদ প্ৰদৰ্শক হৈ থিয় দিছে এইকেইগৰাকী উদ্যমী যুৱকে ৷ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে সাৰ প্ৰয়োগক কৰি ২ বিঘা মাটিত বিভিন্ন ৰবি শস্যৰ খেতি কৰিছে ৷ আলু, বিলাহী, ব্ৰকলি, ষ্ট্ৰৱেৰী, মটৰ, আদি পাছলি খেতি কৰি উদ্যমীতাক প্ৰদৰ্শিত কৰিছে। গ্ৰাহকৰ চাহিদা তেওঁলোকে আশা কৰাতকৈ অধিক সঁহাৰি লাভ কৰা বুলি জানিব পৰা গৈছে৷ ভাল খবৰ এয়েই যে নৱোদয় অৰ্গেনিক ফাৰ্মক কৰ্মোদ্যম অনুসৰণ কৰি…

Read More

বিজনী প্ৰজাপিতা ব্ৰক্ষ্ম কুমাৰী সেৱাকেন্দ্ৰৰ উদ্যোগত এদিনীয়া কাৰ্য্যসূচি লৈ আহিছে অখিল ভাৰতীয় প্ৰদৰ্শনী বাছ অভিযান

চিৰাঙ জিলাৰ বিজনী প্ৰজাপিতা ব্ৰক্ষ্ম কুমাৰী সেৱাকেন্দ্ৰৰ উদ্যোগত পোন প্ৰথম বাৰৰ বাবে বিজনী চহৰত এদিনিয়া কাৰ্য্যসূচী লৈ আহিছে অখিল ভাৰতীয় প্ৰদৰ্শনী বাছ অভিযান ।তেওঁলোকৰ অভিজান যাত্ৰা আৰম্ভ কৰিছে ১৩আগষ্ট ২০১৭ চনৰ শুভ আৰম্ভ কৰে ।ইতিমধ্য ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্ত পৰিভ্ৰমন কৰি পোন প্ৰথম বাৰৰ বাবে অসমত প্ৰবেশ কৰিছে। বিজনী প্ৰজাপিতা ব্ৰক্ষ্ম কুমাৰী সেৱাকেন্দ্ৰৰ উদ্যোগত বিজনী চহৰত প্ৰবেশ কৰে ।তেওঁলোকৰ উদ্যাস হৈছে কেনেকৈ মানব জীৱন তো পৰিৱৰ্তন কৰিব পাৰি বিশেক কৈ উঠি অহাপ্ৰজন্মৰ যৌৱক সকলে কেনেকৈ জীবনতো পৰিবৰ্তন কৰিব পাৰে সেয়া আত্মা -পৰম আত্মা লগত ধেয়ান কৰি নিজৰ মনক শান্ত কৰা, সমাজত…

Read More