বিশ্বনাথ জিলা আৰক্ষী আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধান ৰেঞ্জ যুটীয়া অভিযানত মাৰণাস্ত্ৰ সহ এটা চোৰাং চিকাৰী আটক

  বিশ্বনাথ জিলা আৰক্ষী আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধান ৰেঞ্জ যুটীয়া অভিযানত মাৰণাস্ত্ৰ সহ এটা চোৰাং চিকাৰী আটক     বিশ্বনাথ আৰক্ষী আৰু বন বিভাগে আজি এক গোপন সূত্ৰৰ পম খেদি যুটীয়া অভিযান চলাই বুধবাৰে সন্ধিয়া প্ৰায় ৮ মান বজাত বিশ্বনাথ জিলাৰ চতিয়াৰ ২ নং ভোজমাৰী গাৱৰ পৰা এজন কুখ্যাত গঁড় চিকাৰীক আটক কৰিবলৈ সক্ষম হয়। আটক কৰা চিকাৰী জনৰ নাম আব্দুল জলিল (৩০) বুলি জানিব পৰা গৈছে। চিকাৰী জনৰ পৰা মাটিত পুতি থোৱা অৱস্থাত দুটাকৈ ৩০৩ ৰাইফল আৰু ১৮ জাই সজীৱ গুলীৰ লগতে দুটা মেগজিন উদ্ধাৰ হৈছে। কুখ্যাত…

Read More

विश्वनाथ मे खुंखार गैंडा सिकाडी़ हथियार सहित गिरफ्तार

  विश्वनाथ मे खुंखार गैंडा सिकाडी़ हथियार सहित गिरफ्तार   विश्वनाथ जिला पुलिस प्रशासन को वृहद रूप से आज सफलता मिली। प्राप्त जानकारी मुताबिक विश्वनाथ आरक्षी और वन विभाग के संयुक्त अभियान से विश्वनाथ जिला सतिया छेत्र के भोजमारि 2 नंबर गांव से अव्दुल जलील उम्र 26 वर्ष को वृहद रूप से अभियान चलाकर गिरफ्तार करने में सक्षम रहा है। मालूम हो की अभियान में 303 राइफल और 18 जीवित गोली के साथ दो मैगजिन उसके घर से बरामद किया गया। उल्लेखनीय है कि खुंखार गैंडा सिकाडी़ को दो वर्ष…

Read More

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত চিৰাঙৰ বিজনীত জিলা কৰ্মচাৰী পৰিষদৰ তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন

চিৰাং জিলাৰ বিজনী চহৰৰ বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত আজি বিজনী জিলা কৰ্মচাৰী পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল দাবীত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বান মৰ্মে বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত পুৱা এঘাৰ পৰা পৰা অনুষ্ঠিত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত বিভিন্ন বিভাগৰ শতাধিক পুৰুস-মহিলা চৰকাৰী কৰ্মচাৰীয়ে অংশ লয় ৷ বিজনী জিলা কৰ্মচাৰী পৰিষদে শাসনাধিষ্ঠিত বিজেপি চৰকাৰে যাতে এই বিধেয়কখন আইনত পৰিণত নকৰে তাৰ বাবে দাবী জনাই এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ অন্তত বিজনী মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰদান কৰে ৷

Read More

চিৰাঙৰ বিজনীত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অগপৰ প্ৰতিবাদী সমদল

চিৰাং জিলাৰ বিজনী চহৰত আজি অসম গণ পৰিষদ দলে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰাৰ দাবীত প্ৰতিবাদী সমদল উলিয়ায় ৷ বিজনী জিলা অগপ আৰু মাণিকপুৰ জিলা অগপই যুটীয়াভাৱে বিজনী ছোৱালী হাইস্কুল খেল পথাৰৰ পৰা এই সমদল উলিয়ায় ৷ প্ৰতিবাদী সমদলত অংশ লোৱা অগপৰ কৰ্মী সকলে নাগিৰকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, বিজেপি চৰকাৰ হায় হায়, জাতিধ্বংসী বিধেয়েক বাতিল কৰক, অসম গণ পৰিষদ জিন্দাবাদ, অসমীয়া খিলঞ্জীয়া জিন্দাবাদ আদি বিভিন্ন শ্ল’গান দিয়ে ৷ বিজনী চহৰৰ মূল পথেৰে উলিওৱা প্ৰতিবাদী সমদল পাছলৈ বিজনী ছোৱালী হাইস্কুল খেল পথাৰত সামৰণী পৰে ৷ সমদলৰ পাছত প্ৰতিবাদী সভাত…

Read More

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদ। তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কৰি সাব্যস্ত কৰে ব্যাপক প্ৰতিবাদ।

Read More

আন্তৰ্জাতিক ক্ৰিকেট জগতৰ ইতিহাসত নেপালৰ এজন কণিষ্ঠতম খেলুৱৈ মাষ্টাৰ ব্লাষ্টেৰ শচীন টেণ্ডুলকাৰৰ

২৯ বছৰীয়া এটা অভিলেখ ভংগ কৰি বিৰল কৃতিত্ব অর্জন কৰে। বৰ্তমান সংযুক্ত আৰৱ এমি ৰেটছ ভ্ৰমণত থকা নেপাল ক্ৰিকেট দলটোৰ কনিষ্টতম খেলুৱৈ তথা কিশোৰজন হৈছে ৰোহিত পৌডেল। ৰোহিতে তিনিখন মেচ ৰ এদিনীয়া শৃংখলাটোৰ সংযুক্ত আৰব এমি ৰেটছ ক্ৰিকেট দলটোৰ বিৰূদ্ধে দ্বিতীয় খন খেলখনত অৰ্ধ শতক অর্জন কৰে। আৰু ইয়াৰ জৰিয়তেই খেলুৱৈ জনে শচীন টেণ্ডুলকাৰে আজি পৰা প্ৰায় ২৯ বছৰ পূৰ্বে আটাইতকৈ কম বয়সত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অৰ্ধ শতক কৰাৰ যি অভিলেখ ৰচিছিল,সেয়া ভংগ কৰে খেলুৱৈ জনে খেলখনত।উল্লেখযোগ্য যে শচীনে সেই অভিলেখ ১৬ বছৰ বয়সত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে হোৱা টেষ্ট খেলত  কৰিছিল।…

Read More

বিধানসভাৰ মজিয়াত ক’লা পোচাক পৰিধান কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মি

বিধানসভাৰ মজিয়াত ক’লা পোচাক পৰিধান কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মি। বিহলীৰ ঘটনাক তিব্ৰ প্ৰতিবাদ কৰি এই পোচাক বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। জোতাৰ পৰা চচমালৈকে ক’লা।

Read More