গুৱাহাটীত ট্ৰেভেলাৰ চালকৰ দৌৰাত্ম

  ৰ’বলৈ নিৰ্দেশ দিয়াৰ পাচতো যান বাহন আৰক্ষীৰ নিৰ্দেশ অমান্য। যান-বাহন আৰক্ষী পৰাগ চাংকাকতীক খুন্দিওৱাৰ চেষ্টা কৰি এনেদৰে চলাই গ’ল গাড়ী। চালক মনোজ কলিতাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। AS 01 HS 5913 নম্বৰৰ ট্ৰেভেলাৰখনেৰে আমিনগাঁৱৰ মেৰিকো কোম্পাানীৰ কৰ্মচাৰীক আনা-নিয়া কৰা হৈছিল।

Read More

প্রত্যেক নায়কের ক্যারিয়ারে শুরুর দিকটা মসৃণ থাকে নাক্যারিয়ারের বয়স বাড়তে থাকলে এগুলো ঠিক হয়ে যায় রাশেদ

  প্রত্যেক নায়কের ক্যারিয়ারে শুরুর দিকটা মসৃণ থাকে নাক্যারিয়ারের বয়স বাড়তে থাকলে এগুলো ঠিক হয়ে যায় রাশেদ   মাত্র একটি ছবিতে অভিনয় করেছেন তার মধ্যেই তিনি স্পটলাইটে। আমরা কথা বলছি তরুণ অভিনেতা রাশেদ রহমানের। *সত্যজিৎ দাসের পরিচালনায়* *পেইন্টিংস ইন দা ডার্ক* ছবির মাধ্যমে এবছরেই ডেবিউ করতে চলেছেন তিনি বড় পর্দায় । নতুন অভিনেতা হিসেবে কি কি সমস্যার সম্মুখীন হতে হয়েছে সে বিষয়ে রাশেদ বলেন‘প্রত্যেক নায়কের ক্যারিয়ারে শুরুর দিকটা মসৃণ থাকে না। ক্যারিয়ারের বয়স বাড়তে থাকলে এগুলো ঠিক হয়ে যায়’ । কথাবার্তা শুনলেই বোঝা যায় বয়সে তরুন হলেও ভাবনা চিন্তায় তিনি…

Read More

পানপুৰ আৰু গমিৰিপালৰ বিদ্যালয়ত বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ মননশীল অনুষ্ঠান

  পানপুৰ আৰু গমিৰিপালৰ বিদ্যালয়ত বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ মননশীল অনুষ্ঠান : ব্যতিক্ৰমী কুইজ প্ৰতিযোগিতা  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকৰ উদ্যোগত , বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল আৰু প্ৰকৃতি সংগঠন উপত্যকাৰ বিশেষ সহযোগত আজি পানপুৰ উচ্চ মাধ্যমিক বিদ্যালয় আৰু গমিৰিপালৰ শোনিত কোৱঁৰ গজেন বৰুৱা উচ্চ মাধ্যমিক বিদ্যলয়ত বন আৰু প্ৰকৃতি সংৰক্ষণৰ এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয় ৷ পুৱা পানপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰক্ষাগৃহত আয়োজিত আকৰ্ষনীয় এই অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশ্বনাথ বনসংমণ্ডলৰ সংমণ্ডল প্ৰাধিকাৰী মুকুট দাসে ৷ আদৰণী ভাষণ প্ৰদান কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিশ্ব হাজৰিকাই ৷ অনুষ্ঠানত…

Read More

হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ পৰীক্ষাৰ্থীলৈ শুভেচ্ছা অসম চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ,সংখ্যালঘু আৰু ৰেচম বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্ত

    হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ পৰীক্ষাৰ্থীলৈ শুভেচ্ছা   অসম চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ,সংখ্যালঘু আৰু ৰেচম বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্ত

Read More

হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ পৰীক্ষাৰ্থীলৈ শুভেচ্ছা

  হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ পৰীক্ষাৰ্থীলৈ শুভেচ্ছা অসম চৰকাৰৰ তথা অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টাৰায়

Read More

জনজাতি কৰণৰ দাবীত আজি সদৌ অসম আদিবাসী ছাত্র সন্থাৰ অসম বন্ধৰ প্ৰভাৱ নামনিৰ অসমত সৰ্বাত্মক

জনজাতি কৰণৰ দাবীত আজি আৰু কাইলৈ দুদিনীয়াকৈ আহ্বান জনোৱা ১২ ঘন্টীয়া কটকটীয়া অসম বন্ধৰ প্ৰভাৱ নামনিৰ অসমত সৰ্বাত্মক হোৱা পৰিলক্ষিত হৈছে। গোসাঁইগাঁও চহৰৰ সমগ্ৰ দোকান পোহাৰৰ লগতে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথতো দেখা নগ’ল কোনো গাড়ী মটৰ। উল্লেখ যে চহৰখনত এতিয়ালৈকে কোনোধৰণৰ অপ্ৰিতিকৰ পৰিস্থিতি সৃষ্টি হোৱা নাই। গোসাঁইগাঁও আৰক্ষী বিষয়া চোকা দৃষ্টি ৰাখিছে বুলি জানিবলৈ দিছে।

Read More

journey to Tollywood…

সত্যজিৎ দাসের পরিচালনায় টলিউডের যাত্রা শুরু করছেন উত্তরবঙ্গের ছেলে রাশেদ রহমান একজন অন্ধ ছেলে ও তার মা কে খোঁজার কাহিনী ই এই ছবির বিষয়বস্তু রাশেদের চরিত্র সম্বন্ধে জানতে চাইলে রাশেদ বলেন তার চরিত্রের নাম ঈমান যে একটি গরীব খ্রিষ্টান পরিবারের ছেলে ছোট তাই নিজের মাকে হারিয়ে ফেলেন এবং তার মাকে সে পুরো গল্প জুড়ে খোঁজেন এবং শেষে গিয়ে মাকে খুঁজে পান কিনা সেই নিয়েই গল্প ঈমান অন্ধ হলেও তার মধ্যে একটি বিশেষ গুণ আছে সেটি হল সবকিছুকে অনুভব করে ক্যানভাসে ফুটিয়ে তুলে সে ছবি আঁকে এই গল্পে রাশেদ এর বিপরীতে…

Read More

গহপুৰৰ হেলেমত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ পথ অৱৰোধ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল, আদিবাসী সকলক জনজাতিকৰন আৰু শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি ৰ দাবীত ২ ঘণ্টীয়া পথ অৱৰোধ। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এই অৱৰোধ। লোকসভা নিৰ্বাচনৰ পূৰ্বে জনজাতি কৰণ কৰাৰ দাবী আছা কৰ্মীৰ।         গহপুৰৰ পৰা কেমেৰাত হিতেশ পায়েং ৰ সৈতে মহেন্দ্ৰ পগাগ

Read More

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অসম আগমনৰ প্ৰাকক্ষণত আছুৰ জংগী আন্দলনৰ হুংকাৰ

সদৌ অসম ছাত্ৰ সন্থাৰ আহব্বানত বিজনীত আঞ্চিলিক ছাত্ৰ সন্থা মূুখ্য কাৰ্যালয়ৰ সন্মূখত আছুৰ সদস্য সকলে নাগৰিত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবিত বিজনী আঞ্চলিক ছাত্ৰ সন্থাই সংশোধনী বিধেয়ক খনৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্থ কৰে । লগতে নৰেন্দ্ৰ মোডী মুৰ্দাবাদ বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ কৰি প্ৰতিবাদকাৰীসকলে এই বিধেয়ক বাতিল নকৰিকে অনাগত দিনত জংগী আন্দলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে।

Read More

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত পানীতোলা ৰে’ল ষ্টেচনত ৰেল অৱৰোধ অ.জা. য়ু. ছা.পৰিষদৰ

● অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ লগতে অসমত আন্তঃৰাজ্যিক পাৰ- পত্ৰ ব্যৱস্থাৰ আৰু দ্বি-নাগৰিকত্ব শাসন প্ৰৱৰ্তনৰ দাবীত তিনিচুকীয়া জিলাৰ পানীতোলা ৰে’ল ষ্টেচনত ৰেল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ। ● অৱৰোধৰ ফলত পানীতোলা ৰে’ল ষ্টেচনত আৱদ্ব হৈ আছে তিনিচুকীয়া-নাহৰলগুন ইণ্টাৰচিটী এক্সপ্ৰেচ্ ।

Read More

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত দিচৈ পৰীয়া ৰাইজৰ সহযোগত জোঁৰ সমদল ‌

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবী বুধবাৰে সন্ধিয়া দেৰগাঁও অঞ্চলৰ নিকতৰ্বত্তী দিচৈ চাৰি আলিৰ পৰা গেলাবিল নদী ৰাজীৱ গান্ধি সেতুৰ লৈকে স্থানীয় দিচৈ পৰীয়া ৰাইজৰ সহযোগত এক প্ৰতিবাদী জোঁৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদী সকলে অসম চৰকাৰ হায় হায়, সৰ্বানন্দ সোনোৱা হুচিয়াৰ , নৰেন্দ্ৰ মোডী হুচিয়াৰ , বিজেপি গ’ বেক , নাগৰিক সংশোধনী বিধেয়ক বাতিল কৰক , হিন্দু মুছলিম ভাই ভাই আদি বিভিন্ন ধৰণৰ শ্লোগানেৰে সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে । প্ৰতিবাদী জোঁৰ সমদৰ মাজতে ৰোগী কৰিওৱা এখন এম্বুলেঞ্চ ক্ষন্তেকৰ বাবে আৱদ্ধ হ’ব লগা হয় । প্ৰায় শতাধিক…

Read More

বিশ্বনাথৰ বিহালীত অনুষ্ঠিত হৈ থকা মায়ামৰা সাংস্কৃতিক সমাজৰ ৩৪ তম কেন্দ্ৰীয় অধিৱেশনৰ আজি সামৰণি

বৈদুতিক মাধ্যম আৰু ডেক্সক আক্ৰমণ মূখ্য সম্পাদকৰ বিশ্বনাথৰ বিহালীত হৈ থকা সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ ৩৪ তম কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনৰ আজি সফল সামৰণি পৰে । মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ ভক্ত সকলে প্ৰতি বছৰে মিলিত হৈ ধৰ্ম চৰ্চা কৰাৰ লগতে সাংগঠনিক, বিত্তীয় আদি বিভিন্ন আলোচনাত মিলিত হয় । কেন্দ্ৰীয় অধিৱেশনৰ আজি তৃতীয় দিনা পুৱা এক বৰ্ণিল শোভাযাত্ৰা উলিয়াই। য’ত অসমৰ প্ৰায় প্ৰতিটো ধৰ্ম সংস্কৃতিৰ লোকে অংশগ্ৰহণ কৰি তেওঁলোকৰ নিজা নিজা সংস্কৃতি পৰিৱেশন কৰে । প্ৰায় শতাধিক বাহনেৰে উলিওৱা শোভাযাত্ৰাত জিলা খনৰ ভিন্ন প্ৰান্তৰ লগতে অসমৰো ভিন্ন প্ৰান্তৰ ‌লোকে অংশগ্ৰহণ…

Read More

খিলঞ্জীয়াৰ প্ৰতিবাদী সত্বা ধ্বংসৰ চক্ৰান্তৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ প্ৰতিবাদী কাৰ্যসূচী

খিলঞ্জীয়াৰ বিৰুদ্ধে বিজেপি চৰকাৰ আৰু প্ৰশাসনে যি ষড়যন্ত্ৰ কৰিছে সেই ষড়যন্ত্ৰক বীৰ লাচিত সেনা, অসম এ কোনো কাৰনতে সহ্য নকৰে৷ অসমত অসমীয়াৰ প্ৰভুত্ব আৰু আধিপত্য থাকিবই লাগিব৷ অনা অসমীয়া, মাৰোৱাৰী বাংলাদেশীৰহৈ কাম কৰা বিজেপি চৰকাৰ আৰু আৰক্ষীৰ জাতিদ্ৰোহী ভুমিকাৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিৰোধ সংগ্ৰাম অসমৰ জনগণৰ সহযোগত গঢ়ি তোলা হব৷ শিৱসাগৰ আৰক্ষীয়ে অসমত অসমীয়াৰ পক্ষত মাত মতাৰ অপৰাধত বীৰ লাচিত সেনা, অসমৰ কেন্দ্ৰীয় সমিতিৰ সদস্য শৃংখল চলিহা আৰু জিলা সভাপতি চিতু বৰুৱাক ভুৱা গোচৰত ষড়যন্ত্ৰমূলক ভাবে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত আজি দিনৰ ২ বজাত ৰাজ্যজুৰি বীৰ লাচিত সেনাৰ সদস্য সকলক পথঅৱৰোধ কৰিবলৈ…

Read More