বিশ্বনাথৰ বিহালীত অনুষ্ঠিত হৈ থকা মায়ামৰা সাংস্কৃতিক সমাজৰ ৩৪ তম কেন্দ্ৰীয় অধিৱেশনৰ আজি সামৰণি

বৈদুতিক মাধ্যম আৰু ডেক্সক আক্ৰমণ মূখ্য সম্পাদকৰ বিশ্বনাথৰ বিহালীত হৈ থকা সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ ৩৪ তম কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনৰ আজি সফল সামৰণি পৰে । মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ ভক্ত সকলে প্ৰতি বছৰে মিলিত হৈ ধৰ্ম চৰ্চা কৰাৰ লগতে সাংগঠনিক, বিত্তীয় আদি বিভিন্ন আলোচনাত মিলিত হয় । কেন্দ্ৰীয় অধিৱেশনৰ আজি তৃতীয় দিনা পুৱা এক বৰ্ণিল শোভাযাত্ৰা উলিয়াই। য’ত অসমৰ প্ৰায় প্ৰতিটো ধৰ্ম সংস্কৃতিৰ লোকে অংশগ্ৰহণ কৰি তেওঁলোকৰ নিজা নিজা সংস্কৃতি পৰিৱেশন কৰে । প্ৰায় শতাধিক বাহনেৰে উলিওৱা শোভাযাত্ৰাত জিলা খনৰ ভিন্ন প্ৰান্তৰ লগতে অসমৰো ভিন্ন প্ৰান্তৰ ‌লোকে অংশগ্ৰহণ…

Read More

খিলঞ্জীয়াৰ প্ৰতিবাদী সত্বা ধ্বংসৰ চক্ৰান্তৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ প্ৰতিবাদী কাৰ্যসূচী

খিলঞ্জীয়াৰ বিৰুদ্ধে বিজেপি চৰকাৰ আৰু প্ৰশাসনে যি ষড়যন্ত্ৰ কৰিছে সেই ষড়যন্ত্ৰক বীৰ লাচিত সেনা, অসম এ কোনো কাৰনতে সহ্য নকৰে৷ অসমত অসমীয়াৰ প্ৰভুত্ব আৰু আধিপত্য থাকিবই লাগিব৷ অনা অসমীয়া, মাৰোৱাৰী বাংলাদেশীৰহৈ কাম কৰা বিজেপি চৰকাৰ আৰু আৰক্ষীৰ জাতিদ্ৰোহী ভুমিকাৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিৰোধ সংগ্ৰাম অসমৰ জনগণৰ সহযোগত গঢ়ি তোলা হব৷ শিৱসাগৰ আৰক্ষীয়ে অসমত অসমীয়াৰ পক্ষত মাত মতাৰ অপৰাধত বীৰ লাচিত সেনা, অসমৰ কেন্দ্ৰীয় সমিতিৰ সদস্য শৃংখল চলিহা আৰু জিলা সভাপতি চিতু বৰুৱাক ভুৱা গোচৰত ষড়যন্ত্ৰমূলক ভাবে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত আজি দিনৰ ২ বজাত ৰাজ্যজুৰি বীৰ লাচিত সেনাৰ সদস্য সকলক পথঅৱৰোধ কৰিবলৈ…

Read More