নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত দিচৈ পৰীয়া ৰাইজৰ সহযোগত জোঁৰ সমদল ‌

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবী বুধবাৰে সন্ধিয়া দেৰগাঁও অঞ্চলৰ নিকতৰ্বত্তী দিচৈ চাৰি আলিৰ পৰা গেলাবিল নদী ৰাজীৱ গান্ধি সেতুৰ লৈকে স্থানীয় দিচৈ পৰীয়া ৰাইজৰ সহযোগত এক প্ৰতিবাদী জোঁৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদী সকলে অসম চৰকাৰ হায় হায়, সৰ্বানন্দ সোনোৱা হুচিয়াৰ , নৰেন্দ্ৰ মোডী হুচিয়াৰ , বিজেপি গ’ বেক , নাগৰিক সংশোধনী বিধেয়ক বাতিল কৰক , হিন্দু মুছলিম ভাই ভাই আদি বিভিন্ন ধৰণৰ শ্লোগানেৰে সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে । প্ৰতিবাদী জোঁৰ সমদৰ মাজতে ৰোগী কৰিওৱা এখন এম্বুলেঞ্চ ক্ষন্তেকৰ বাবে আৱদ্ধ হ’ব লগা হয় । প্ৰায় শতাধিক…

Read More