পানপুৰ আৰু গমিৰিপালৰ বিদ্যালয়ত বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ মননশীল অনুষ্ঠান

  পানপুৰ আৰু গমিৰিপালৰ বিদ্যালয়ত বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ মননশীল অনুষ্ঠান : ব্যতিক্ৰমী কুইজ প্ৰতিযোগিতা  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকৰ উদ্যোগত , বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল আৰু প্ৰকৃতি সংগঠন উপত্যকাৰ বিশেষ সহযোগত আজি পানপুৰ উচ্চ মাধ্যমিক বিদ্যালয় আৰু গমিৰিপালৰ শোনিত কোৱঁৰ গজেন বৰুৱা উচ্চ মাধ্যমিক বিদ্যলয়ত বন আৰু প্ৰকৃতি সংৰক্ষণৰ এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয় ৷ পুৱা পানপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰক্ষাগৃহত আয়োজিত আকৰ্ষনীয় এই অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশ্বনাথ বনসংমণ্ডলৰ সংমণ্ডল প্ৰাধিকাৰী মুকুট দাসে ৷ আদৰণী ভাষণ প্ৰদান কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিশ্ব হাজৰিকাই ৷ অনুষ্ঠানত…

Read More