গুৱাহাটীত ট্ৰেভেলাৰ চালকৰ দৌৰাত্ম

  ৰ’বলৈ নিৰ্দেশ দিয়াৰ পাচতো যান বাহন আৰক্ষীৰ নিৰ্দেশ অমান্য। যান-বাহন আৰক্ষী পৰাগ চাংকাকতীক খুন্দিওৱাৰ চেষ্টা কৰি এনেদৰে চলাই গ’ল গাড়ী। চালক মনোজ কলিতাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। AS 01 HS 5913 নম্বৰৰ ট্ৰেভেলাৰখনেৰে আমিনগাঁৱৰ মেৰিকো কোম্পাানীৰ কৰ্মচাৰীক আনা-নিয়া কৰা হৈছিল।

Read More