তেজপুৰত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন সাংবাদিক সুৰক্ষা মঞ্চ অসমৰ, ৮ গৰাকী নাৰীক সন্মান

  তেজপুৰত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন সাংবাদিক সুৰক্ষা মঞ্চ অসমৰ   উদ্যোগত/ ৮ গৰাকী নাৰীক সন্মান  শুকুৰবাৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। সমগ্ৰ বিশ্বটে পালন কৰা হৈছে এই বিশেষ দিনটো। নাৰীসকলৰ সন্মান, সুৰক্ষা, সম–অধিকাৰৰ দিন হিচাপে পালন কৰা হয় এই দিনোটো। ১৯৭৫ চনত ৮ মাৰ্চ তাৰিখটো নাৰী দিৱস হিচাপে ঘোষণা কৰিছিল ৰাষ্ট্ৰসংঘই। তাৰ পিছৰে পৰা বিভিন্ন কাৰ্যসূচীৰ মাজেৰে বিশ্বত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়। মহিলা সকলৰ সম-অধিকাৰৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিয়া হয় ৮ মাৰ্চ তাৰিখে। প্ৰথম বাৰৰ বাবে নাৰী দিৱস পালন কৰা হৈছিল ১৯০৯ চনৰ ২৮ ফেব্ৰুৱাৰীত। নিউ ইয়ৰ্কত আমেৰিকাৰ চ’ছিয়েলিষ্ট পাৰ্টিয়ে…

Read More