সাংস্কৃতিক নগৰী আৰু পৰ্যটন নগৰী তেজপুৰ #Anupam Chakraborty

Anupam Chakraborty   সাংস্কৃতিক নগৰী আৰু পৰ্যটন নগৰীৰ সংমিশ্ৰণেৰে অসমৰ কোনো এখন ঠাইক যদি আগবঢ়াই নিব পাৰি নিশ্চিত্ত ভাবে সেই ঠাইখন হ’ল তেজপুৰ। দুয়োটা বিষয় উভৈনদী, কেৱল অভাৱ তুলি ধৰা মানুহৰ। ৰাজনৈতিক সিদ্ধান্তই কি কয় নাজানোঁ কিন্তু এয়া প্ৰতিজন তেজপুৰীয়াই স্বীকাৰ কৰে যে ৯০ দশকত পৰ্যটন নগৰী হিচাপে তেজপুৰক গঢ়িবলৈ আপ্ৰাণ চেষ্টা কৰা মানুহজন আছিল ভানুদেৱ।তাৰ পিছত এই পৰ্যন্ত তেনে মানসিকতা কোনো ৰাজনীতিবিদ বা আমোলাৰ মাজত নেদেখিলোঁ। বৃন্দাবন গোস্বামীক তেজপুৰীয়াই বহুত মৰম দিলে আৰু বিশ্বাসত লয়।সেইবাবে বাৰে বাৰে তেওঁকে আগবঢ়াই দিয়ে’।ভাল মানুহ’ বা ‘ভদ্ৰলোক’ হিচাপে চিহ্নিত বৃন্দাবন গোস্বামী তেজপুৰৰ উন্নয়নৰ ক্ষেত্ৰত…

Read More