হেলিকপ্টাৰ সংবাদ, নেতাৰ উবাচ আৰু ৰাজনৈতিক সাক্ষৰতা

#আজিজুৰ ৰহমান হাজৰিকা #কালিৰে পৰা অসমৰ আকাশত উৰিছে ৰাজনৈতিক হেলিকপ্টাৰ। হেলিকপ্টাৰ আকাশত উৰাটো কোনো ডাঙৰ কথা নহয়। পিছে গুৰুত্বপূৰ্ণ কথাটো হ’ল নিৰ্বাচনী বতৰত ৰাজনৈতিক দলসমূহে হেলিকপ্টাৰ উৰুওৱাটোহে। অৱশ্যে এটা দিশৰ পৰা লক্ষ্য কৰিলে নিৰ্বাচনী প্ৰচাৰত গতিশীলতা আনিবলৈ তথা প্ৰচাৰত তাৰকা ৰাজনীতিকসকলৰ অধিক মাত্ৰাত অংশগ্ৰহণৰ সুবিধালৈ লক্ষ্য কৰিলে হেলিকপ্টাৰ ব্যৱহাৰৰ প্ৰয়োজনীয়তা আছে। এইখিনি ৰাজনৈতিক দলৰ দৃষ্টিভংগী। পিছে কথাটো হ’ল, ৫ বছৰ ঘোৰ নিদ্ৰাত থাকি ২০-২৫ দিন কোটিৰ হিচাপত ধনৰ শৰাধ কৰি ঘূৰাটোৰ যুক্তিযুক্ততা ক’ত? আমাৰ মতে, যদি নেতাসকলে নিজৰ দায়িত্ব সুকলমে পালন কৰি ৫ বছৰে ৰাইজৰ আস্থাভাজন হ’বলৈ চেষ্টা কৰে, তেতিয়া…

Read More