বিহালীত মেগা স্বাস্থ্য মেলাৰ সফল সামৰণি,

বিহালীত মেগা স্বাস্থ্য মেলাৰ সফল সামৰণি, উখল মাখল পৰিৱেশ বিহালী উচ্চতম মাধ্যমিক বিদ্যলয়ত শোণিতপুৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক আৰু বিহালী খণ্ড স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আজি দিন যোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় মেগা স্বাস্থ্য মেলা । বিশ্বনাথ জিলাৰ বিহালী উচ্চতম মাধ্যমিক বিদ্যালয় প্ৰাংগণত আয়োজন কৰা মেগা স্বাস্থ্য মেলা পূৱা ৯.৩০ শুভ উদ্ধোধন কৰে শোণিতপুৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ কৃষ্ণা কেমপ্ৰাইয়ে, ইয়াৰ পাছতে অনুষ্ঠিত হোৱা বৰ্ণিল শোভাযাত্ৰা উদ্বোধন কৰে শোণিতপুৰ জিলাৰ মুখ্য স্বাস্থ্য ও চিকিৎসা বিষয়া ডাঃ শিৱ প্ৰসাদ বৰদলৈয়ে, আঁত ধৰে বিশ্বনাথ মহকুমা স্বাস্থ্য বিষয়া ডাঃ যোগেন চন্দ্ৰ…

Read More