মই কথা দি কথা ৰাখোঁ কোনো দিন মিছা কোৱা নাই বিহালীত ড•হিমন্তবিশ্ব শৰ্মা

  মই কথা দি কথা ৰাখোঁ কোনো দিন মিছা কোৱা নাই বিহালীত ড•হিমন্তবিশ্ব শৰ্মা । শৰ্মা ঘোষণা নিৰ্বাচন পাছতেই বিহালী তিনিসুতি ৰাইজে লাভ কৰিব এখন চিকিৎসালয় হিমন্ত বিশ্বৰ ঘোষণা দেশৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন নিজ ভাতৃ পল্লৱলোচন দাসৰহৈ নিৰ্বাচনী প্ৰচাৰ চলাৱলৈ আহি আজি বিহালীৰ বৰগাংৰ কেটেলা চাহ বাগিচাৰ খেল পথাতৰ এখনি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মহাপ্ৰতাপী মন্ত্ৰী ড•হিমন্তবিশ্ব শৰ্মা ‌। শৰ্মাই বিহালীত প্ৰচাৰ চলাৱলৈ আহি কয় নিৰ্বাচন সময় কোনে কি কয় নাজানোঁ যি হয় হ’ব আৰু বুলি কৈ বিহালীৰ তিনিখুঁটিত এখন মেডিকেল নিৰ্মানৰ ঘোষণা কৰে৷ আনহাতে, বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী পল্লৱলোচন দাসৰ…

Read More

তেজপুৰৰ হজৰা পাৰৰ স্মশানৰ কাষত থকা নলাত জিৱিত অৱস্থাত নৱজাতক উদ্ধাৰ 

  তেজপুৰত হৃদয় বিদাৰক ঘটনা :: নৱজাতকক নলাত দলিয়ালে পাষন পিতৃ-মাতৃ । তেজপুৰৰ হজৰা পাৰৰ স্মশানৰ কাষত থকা নলাত জিৱিত অৱস্থাত নৱজাতক উদ্ধাৰ । জানিব পৰা মতে তেজপুৰৰ হজৰাপাৰ স্মশানৰ কাষৰ এটা নলাত সদ্য জন্ম লাভ কৰা এটি নৱজাতকক কোনো পাষন পিতৃ মাতৃয়ে এটি টিঙত পেলাই থৈ যায় । নলাত পেলাই থৈ যোৱাৰ পিছত পিছত নৱজাতক টিক আমলি পৰুৱায়ে কামোৰাত নৱজাতক টিয়ে কান্দে থাকে । নৱজাতকৰ কান্দোনৰ শব্দ শুনি ৰাইজে নৱজাতক টি প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰাৰ লগতে চিকিৎসাৰ ব্যৱস্থা কৰে ।কোনো পাষন পিতৃ-মাতৃয়ে পুত্ৰ সন্তান নৱজাতকক এনেদৰে নলাত পেলাই দিয়া…

Read More