জি আই এম টি, তেজপুৰত ‘গোমচেং ২০১৯’ অনুষ্ঠানৰ আয়োজন

  জি আই এম টি, তেজপুৰত ‘গোমচেং ২০১৯’ অনুষ্ঠানৰ আয়োজন   বিগত বৰ্ষসমূহৰ দৰে এইবাৰো তেজপুৰস্থিত শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী চমুকৈ জি আই এম টি, তেজপুৰত ‘Ethnic Day’ কাৰ্যসূচী হিচাপে ‘গোমচেং ২০১৯’ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।   উল্লেখযোগ্য ৰাজ্যখনৰ আগশাৰীৰ অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠানখনত ব’হাগ মাহৰ প্ৰথম পষেকত পৰম্পৰাগত সাজ পোছাক পৰিধানৰ দিৱস হিচাপে এটা দিন নিৰ্ধাৰণ কৰি প্ৰতিবছৰে উদযাপন কৰি অহা হৈছে।   উক্ত দিনটোত প্ৰতিষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে অন্যান্য কৰ্মচাৰীবৃন্দ সকলোৱে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি নিজ নিজ কৃষ্টিৰ পৰিৱেশন কৰে।   অসমৰ বাৰেৰহনীয়া সাংস্কৃতিক…

Read More