বঙাইগাঁও সমষ্টিত ফনী ভুষণ চৌধুৰীৰ অপ্ৰতিৰোধ্য নেতা হিচাপে পুণৰ প্ৰমাণ

Sharing is caring!

 

৫ নং ডাঙাইগাওঁ গাঁও প ঞ্চায়ত অগপ ৰ দখলত ৷ অগৰ প্ৰাৰ্থী লাল ভানু বেগম জয়ী ৷

লগতে ৯ নং আটুগাঁও গাঁও পঞ্চায়ত অগপৰ দখলত ৷অগপৰ প্ৰাথী দিলীপ সিংহ জয়ী ৷
বঙাইগাঁও সমষ্টিত ফনী ভুষণ চৌধুৰীৰ অপ্ৰতিৰোধ্য নেতা হিচাপে পুণৰ প্ৰমাণ ৷
বঙাইগাঁও মহকুমাৰ অন্তৰ্গত
৪ নং বঙাইগাঁও গাঁও পঞ্চায়ৰ সভাপতি পদত অগপৰ তিলক নাৰায়ণ দেৱ বিজয়ী হৈছে ৷

আনহাতে
৯ নং আটুগাঁও গাঁও পঞ্চায়ৰ সভাপতি পদত অগপ ৰ দিলীপ সিংহ বিজয়ী হৈছে ৷
আনহাতে আঞ্চলিক পঞ্চায়তৰ সদস্য পদত অগপৰ কৃষ্ণা চৌধুৰী বিজয়ী হৈছে।

মাণিকপুৰ মহকুমাৰ অন্তৰ্গত
৫ নং ডাঙাইগাঁও গাঁও পঞ্চায়তৰ সভাপতি পদত অগপৰ লালবানু বেগম বিজয়ী হৈছে ৷
আনহাতে আঞ্চলিক পঞ্চায়তৰ সদস্য পদত কংগ্ৰেছৰ আঞ্জিলা বেগম বিজয়ী হৈছে ৷ ৷

লগতে 9 নং আটুগাঁও গাঁও পঞ্চায়ত অগপৰ দখলত ৷অগপৰ প্ৰাথী দিলীপ সিংহ জয়ী ৷
বঙাইগাঁও সমষ্টিত ফনী ভুষণ চৌধুৰীৰ অপ্ৰতিৰোধ্য নেতা হিচাপে পুণৰ প্ৰমাণ ৷
বঙাইগাঁও মহকুমাৰ অন্তৰ্গত
৪ নং বঙাইগাঁও গাঁও পঞ্চায়ৰ সভাপতি পদত অগপৰ তিলক নাৰায়ণ দেৱ বিজয়ী হৈছে ৷

Related posts

Leave a Comment