প্ৰথম পৰ্যায়ৰ অসমৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ চৰাইদেউ জিলাৰ নিৰ্বাচনী ফলাফল

Sharing is caring!

১০৫ নং মাহমৰা বিধানসভা সমষ্টি 

বৰডবা পঞ্চায়ত :-
সভাপতি – অতুল গগৈ (বিজেপি)
আঞ্চলিক পঞ্চায়ত : সীমান্ত গগৈ (বিজেপি)

কাকতিবাৰী পঞ্চায়ত:
সভাপতি :- শেৱালী দিহিঙীয়া (বিজেপি)
আঞ্চলিক পঞ্চায়ত সদস্য : প্ৰেমকান্ত কৰ্মকাৰ (বিজেপি)

চলপথাৰ পঞ্চায়ত
সভাপতি : অনিমা গগৈ (কংগ্ৰেছ )
আঞ্চলিক পঞ্চায়ত : ৰেখামনি গগৈ (কংগ্ৰেছ )

১০৬ নং সোণাৰি বিধান সভা সমষ্টি

আহুখাত পঞ্চায়ত
সভাপতি : গোলাপ বৰুৱা (বিজেপি)
আঞ্চলিক পঞ্চায়ত সদস্য: চিলভিয়াজ তপ্প (বিজেপি)

লংপতীয়া পঞ্চায়ত
সভাপতি : হৰিশ্চন্দ্ৰ গগৈ (বিজেপি )
আঞ্চলিক পঞ্চায়ত : ববী বৰা গগৈ (বিজেপি )

ভজো পঞ্চায়ত
সভাপতি : ৰীনা নেওগ বৰা (বিজেপি)
আঞ্চলিক পঞ্চায়ত সদস্য : সঞ্জীৱ বিশ্বাস (বিজেপি)

পূৰ্বাঞ্চল পঞ্চায়ত
সভাপতি : সান্তনা ফুকন ( বিজেপি )
আঞ্চলিক পঞ্চায়ত সদস্য : প্ৰকাশ চবৰ (বিজেপি )

Related posts

Leave a Comment