বিশ্বনাথত BJP ৰ বৃহৎ জয়

Sharing is caring!

বিহালী সমষ্টিৰ মুঠ ১৭ খন গাঁও পঞ্চায়তেই BJP ৰ দখলত ।

সমষ্টিটোৰ মুঠ ৪ টা জিলা পৰিষদ সমষ্টিয়েই BJP ৰ দখলত ।

জিনজিয়া জিলা পৰিষদত অজয় দাস,

মোনাবাৰীত তৰুণ তাঁতি ,

বৰগাংত ৰঞ্জনজ্যোতি দাস ,আৰু নিজ বিহালীত জয়ী হৈছে দীপিকা দেৱী ঢাকাল ।

চতিয়া সমষ্টিৰ নাগশংকৰ জিলা পৰিষদৰ ৫ খন পঞ্চায়তেই BJP ৰ দখলত।

নাগশংৰ জিলা পৰিষদত BJP ৰ হিতেশ বৰুৱা জয়ী ।

# বিশ্বনাথ সমষ্টিৰ ১১ খন পঞ্চায়ত BJPৰ দখলত ।

এগন কংগ্ৰেছৰ দখললৈ ।

৫ খনৰ ফলাফল বাকী ।

বৰপথাৰ জিলা পৰিষদত BJP প্ৰৰ্থী প্ৰবীন হান্সেৰ জয় ।

৩টা জিলা পৰিষদৰ ফলাফল বাকী ।
বৰ্তমান লৈকে খবৰ অনুসৰি ।

Related posts

Leave a Comment