গহপুৰৰ সমষ্টি ৰ ৩৪ পঞ্চায়তৰ ৩৩খনত BJP জয়ী

Sharing is caring!

গহপুৰৰ সমষ্টি ৰ ৩৪ পঞ্চায়তৰ ৩৩খনত BJP জয়ী

●এখনত জয়ী BPF দল।
●৪ খন জিলা পৰিষদতে জয়ী BJP ।
●হেলেম-(ক)-জোনমণি বসুমতাৰী,
●হেলেম-(খ) -ৰেনু ভৰালী,
●লোহিতমুখত – লক্ষনাথ মিলি, আৰু কলাবাৰীত -লাৱন্য চাৰেঙীয়া জয়ী।
●গহপুৰত মাত্ৰ দুটা ৱাডতে থমকিল AGP দল।

●গহপুৰত বিধ্বস্ত কংগ্ৰেছ।
●২৮ ৱাৰ্ড আৰু এখন বিনা প্ৰতিদ্বন্দীতাৰে জয়ী আঞ্চলিক পঞ্চায়ততে থমকিল কংগ্ৰেছ।

●গহপুৰ
BJP–পঞ্চায়ত সভাপতি পদত জয়ী–33 গৰাকী।

●আঞ্চলিক পঞ্চায়ত জয়ী–3২ গৰাকী।

●BPF–এখন পঞ্চায়তত জয়ী।

●গণ শক্তি –এগৰাকী AP Member জয়ী।

Related posts

Leave a Comment