মৰাণত বিজেপিৰ শেষ হাহি

Sharing is caring!

।।মৰাণত বিজেপিৰ শেষ হাহি।।

মৰাণৰ পৰা কুশল ভূঞা,অসম খবৰ।
১১৫নং মৰাণ বিধানসভা সমষ্টিৰ ১৬ খন গাওঁ পঞ্চায়তৰ ভিতৰত ১৪খন গাঁও পঞ্চায়ত বিজেপিয়ে দখল কৰিছে। মাত্ৰ ২খন গাঁও পঞ্চায়ত কংগ্ৰেছ দলে দখল কৰিছে। কংগ্ৰেছ দলে দখল কৰা গাঁও পঞ্চায়ত কেইখন হৈছে ধেমেচি গাঁও পঞ্চায়ত আৰু ৰাংছালি গাঁও পঞ্চায়ত। উল্লেখযোগ্য যে অগপ দলটোৰ ভেটি মৰাণ সমষ্টিত একেবাৰে উচন হোৱা পৰিলক্ষিত হৈছে। আঞ্চলিক পঞ্চায়ত ৰ সদস্য ১৬খনেই বিজেপিয়ে দখল কৰা লগতে জিলা পৰিষদৰ মুঠ ৪খন আসনৰ আটাইকেইখন বিজেপিয়ে দখল কৰিছে।

Related posts

Leave a Comment