প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২০২১ অসম বিধান সভা নিৰ্বাচনত প্ৰতিদন্ডিতা আগবঢ়াব

Sharing is caring!

 গগৈৰ মতে তেও এতিয়াও ৰাজনীতিত সক্ৰিয় ৷ দলক আগবঢ়াই নিয়াৰ বাবে তেওঁ এতিয়াই ৰাজনীতিৰ পৰা অৱসৰ নলয় ৷

বদৰুউদ্দিন আজমলৰ দলক নি শেষ কৰাই মুল উদ্দেশ্য বুলি গগৈয়ে কয় ৷আজি সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় সভাপতি ৰিপুন বৰাৰ পদত্যাগৰ সমৰ্থন নজনাই ৷৷

লগতে ড° হিমন্ত বিশ্ব শৰ্মা অচল টকা হবলৈ বেচি দিন নাই বুলি কতাক্ষ কৰে গগৈয়ে ৷তেও বিজেপি চৰকাৰৰ দুৰ্নীতি হোবাৰ কথা উল্লেখ কৰি তেও কয় প্ৰতিটো কামত ২শতাংশ কমিচন নাপালে ঠিকাদাৰে কাম নাপায় বুলি ৰাজ্যচৰকাৰখনক সমালোচনা কৰে ৷

আগন্তুক বিধান সভা নিৰ্বাচনত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰাৰ ইংগিত পন্চায়ত নিৰ্বাচনৰ ছবিয়ে স্পষ্ট কৰিছে বুলি তেও উল্লেখ কৰে ৷

(গুৱাহাটী )

Related posts

Leave a Comment