অধ্যাত্মমুখী সামাজিক সাংস্কৃতিক যুৱ সংগঠন: সদৌ অসম তৰুন বিদ্যাৰ্থী সমাজৰ প্ৰাদেশিক কৰ্মশালা অনুষ্ঠান

Sharing is caring!

অধ্যাত্মমুখী সামাজিক সাংস্কৃতিক যুৱ সংগঠন:
সদৌ অসম তৰুন বিদ্যাৰ্থী সমাজৰ প্ৰাদেশিক কৰ্মশালা

যোৰহাট মেলেং মেটেলী,ক্ষত্ৰৰ পৰা শ্ৰী গম্ভীৰ হাজৰিকা :- যোৰহাট নগৰৰ পৰা ১২ কিলোমিটাৰ পূৱলৈ
আহিলে আৰু টীয়কৰ পৰা ৭ কিলোমিটাৰ পশ্চিমলৈ আহিলেই পোৱা যাই মেলেং মেটেলী ।

উদ্‌যাপন সমিতিৰ উদ্যোক্ত সকল তথা আদৰণি সমিতিৰ সভাপতি ৰাকেশ কাকতি য়ে জনোৱা অনুসৰি যোৰহাট জিলা এই মেলেং মেটেলীৰ স্হলিত সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাদেশিক কৰ্মশালা অনুষ্ঠানটি অহা ইং 22,23,24,25, আৰু 26-ডিচেম্বৰ 2018 তাৰিখে প্ৰস্তুতি সম্পন্ন
হৈছে ।

সেয়েহে উক্ত অনুষ্ঠানত সকলো ধৰ্মপ্ৰাণ ৰাইজ, ভকত-বৈষ্ঞৱ ,তৰুণ-তৰুণী, তথা সকলো জাতি,ধৰ্ম, ভাষা নিবিশেষে অনুষ্ঠানটি সাফল্য মণ্ডিত হেতু
নিমন্ত্ৰণী আগবঢ়াই ।

Related posts

Leave a Comment