অসম চৰকাৰ চাকৰীয়ালৰ বাবে সুখবৰঃ ২০১৯ বৰ্ষত ৩৫ দিনীয়া অসম চৰকাৰৰ চাকৰিয়ালৰ বন্ধ

Sharing is caring!

অসম চৰকাৰৰ কেবিনেট আজি এক গুৰুত্বপূৰ্ণ সভাত ২০১৯ বৰ্ষত মুঠ ৩৫ দিনৰ বন্ধ হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰে। 
২ দিন অৰ্ধ বন্ধৰো সিদ্ধান্ত গ্ৰহণ কৰে।
২০১৯ বৰ্ষত অসম চৰকাৰৰ চাকৰিয়ালৰ ৩৫ দিনীয়া বন্ধ তালিকাত ১০ ছেপ্টম্বৰ দিনটো মুছলমান সম্প্ৰদায় ধৰ্মীলোকৰ বাবে আৰু ১৩ অক্টোৱৰ দিনটো লক্ষ্মী পূজা উপলক্ষে ২ দিনৰ অৰ্ধ চুটি বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰে।
বন্ধ তালিকাত দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে আৰু ৫২টা দেওবাৰ বন্ধ অসম চৰকাৰৰ চাকৰিয়ালে অহা বৰ্ষটোত মুঠ ৩০ দিনৰ ১২ দিনহে নৈমিত্তিক বন্ধ ল’ব পাৰিব।
২০১৯ বৰ্ষত ৩৫ দিনীয়া অসম চৰকাৰৰ চাকৰিয়ালৰ বন্ধ তালিকা হ’ল-

(১) ১৫ জানুৱাৰী – মাঘ বিহু
(২) ১৬ জানুৱাৰী – তুচু পূজা
(৩) ২৩ জানুৱাৰী – নেতাজী জন্ম জয়ন্তী
(৪) ২৬ জানুৱাৰী – গণৰাজ্য দিৱস
(৫) ২৯ জানুৱাৰী – গোঠাৰ বাটও চান
(৬) ৩১ জানুৱাৰী – মে-দাম-মেফি
(৭) ১৯ ফেব্ৰুৱাৰী – বীৰ চিলাৰায় দিৱস
(৮) ২১ মাৰ্চ – দৌল যাত্ৰা
(৯) ১৪ – ১৬ এপ্ৰিল – বহাগ বিহু
(১০) ১৯ এপ্ৰিল – গুড ফ্ৰাইডে
(১১) ১ মে’ – মে’ দিৱস
(১২) ৫ মে’ – দামোদৰদেৱৰ তিথি
(১৩) ১৮ মে’ – বুদ্ধ পূৰ্ণিমা
(১৪) ১৯ মে’ – মাধৱদেৱ জন্ম জয়ন্তী
(১৫) ৫ জুন – ঈদৰো ফিটৰ
(১৬) ১২ আগষ্ট – ঈদৰো জোহা
(১৭) ২০ আগষ্ট – মাধৱদেৱ তিথি
(১৮) ২৪ আগষ্ট – জন্মা অষ্টমী
(১৯) ২ ছেপ্টম্বৰ – শ্ৰীমন্ত শংকৰদেৱৰ তিথি
(২০) ২অক্টোৱৰ – গান্ধী জয়ন্তী
(২১) ৫ অক্টোৱৰ – ৮ অক্টোৱৰ – দুৰ্গা পূজা
(২২) ৮ অক্টোৱৰ – শ্ৰীমন্ত শংকৰদেৱৰ জন্ম উতসৱ
(২৩) ১৮ অক্টোৱৰ – কাতি বিহু
(২৪) ২৭ অক্টোৱৰ – কালি পূজা আৰু দিপাৱলী
(২৫) ২ নৱেম্বৰ – ষট পূজা
(২৬) ১২ নৱেম্বৰ – গুৰু নানক জন্ম জয়ন্তী
(২৭) ২৪ নৱেম্বৰ – লাচিত দিৱস
(২৮) ২ ডিচেম্বৰ – অসম দিৱস (চুকাফা দিৱস)
(২৯) ২৫ ডিচেম্বৰ – খ্ৰীষ্টমাছ  

Related posts

Leave a Comment