বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত খৈৰাণীত পথ দুৰ্ঘটনা

Sharing is caring!

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত খৈৰাণীত পথ দুৰ্ঘটনা।
বাইক আৰু ডি আইৰ মুখামুখিৰ ফলত এই পথ দুৰ্ঘটনা।


দুৰ্ঘটনাৰ ফলত দুজন যুৱক গুৰুতৰ ভাৱে আহত। আহত যুৱক দুজন লৱ আৰ্য্য (২৪), আৰু অধীৰ আৰ্য্য (২৩)।
আহত লোক দুজন বেলখুটিৰ বুলি জানিব দিয়ে। স্থানীয় লোকে কুমাৰীকাটা আৰক্ষীক খবৰ দিয়ে আৰু লগে লগে ঘটনা স্থলীত উপস্থিত হয় আৰু আৰক্ষীয়ে সোধা পোচা কৰে।
স্থানীয় লোকৰ দ্বাৰা কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয় লৈ অনা হয় আৰু কুমাৰীকাটাৰ চিকিৎসকে প্ৰাথমিক চিকিৎসা কৰি গুৱাহাটী জি এম চি লৈ প্ৰেৰণ কৰে।

Related posts

Leave a Comment