খৈৰাণীত একল বিদ্যালয়ত শিক্ষা গ্ৰহন কণ কণ ছাত্ৰ-ছাত্ৰীৰ

Sharing is caring!

বাক্সা জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে খৈৰাণীৰ উত্তৰ কাৰখেলা ৰাধা কৃষ্ণ মন্দিৰ প্ৰাংগনত একল বিদ্যালয়ৰ যোগেদি শিশু সকলক শিক্ষা গ্ৰহণ কৰি আছে।
যোৱা ২০১৮ চনৰ আগষ্ট মাহৰ পৰা চলি থকা শিক্ষাৰ ব্যৱস্থা বৰ্তমান লৈকে চলি আছে।
একল বিদ্যালয়ৰ শিক্ষয়ত্ৰী বিদ্যা খড়কাই জানিব দিয়া মতে বৰ্তমান ২৫ জন ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে।

Related posts

Leave a Comment