জিলিকিছে গহপুৰৰ জোনালী শইকীয়া

Sharing is caring!

 

জিলিকিছে গহপুৰৰ জোনালী শইকীয়া

গহপুৰ ছয়দুৱাৰ মহাবিদ্যালয়ত অতি সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰি তেজপুৰ বিশ্ববিদ্যালয়লৈ ৰাওনা হৈছিল তেওঁ উচ্চ শিক্ষাৰ বাবে ।

গহপুৰৰ মহকুমাৰ ৰত্নেশ্বৰ শইকীয়া আৰু কুঞ্জলতা শইকীয়া জীয়ৰী জোনালী শইকীয়া । তেজপুৰ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ভাষা বিজ্ঞান ন বিষয়টিত স্নাতকোত্তৰৰ বাবে সুবিধা লাভ কৰিছিল তেওঁ ।

তেওঁ  ভাষা বিজ্ঞান বিষয়ত সকলোতকৈ সৰ্বোচ্চ নম্বৰ লাভ কৰি সোনৰ পদক লাভ কৰিবলৈ সক্ষম হয় ।

ইফালে জোনালী শইকীয়াই সোনৰ পদক পোৱাত সমূহ গহপুৰবাসী ৰাইজে অভিনন্দন জ্ঞাপন কৰিছে ।

 

Related posts

Leave a Comment