১৭টা গল্পৰ সান্নিধ্যৰে ৰেণুমালা বৰা চেতিয়াৰ গ্রন্থ “আবেলিৰ ৰং “

Sharing is caring!

দিছপুৰ প্ৰেছক্লাবত আবেলিৰ ৰং গ্ৰন্থ উন্মোচনী সভাত ডঃ ভাৱেশ দাস

১৭টা গল্পৰ সান্নিধ্যৰে ৰেণুমালা বৰা চেতিয়াৰ গ্রন্থ “আবেলিৰ ৰং 

গোলাঘাটত জন্ম লাভ কৰা লেখিকা চেতিয়াই দেৱৰাজ ৰয় কলেজৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰি টোকলাই চাহ গৱেষণা গাৰত চাকৰি জীৱনৰ পাতনি মেলে ।বৰ্তমান অৱসৰ গ্ৰহণ কৰি গল্প,প্ৰবন্ধ লিখাত মনোনিবেশ কৰি সাহিত্য সমাজৰ বাবে বৰঙণি আগবঢ়াই ।

Related posts

Leave a Comment