গহপুৰৰ হেলেমত বাংলাদেশী আটক

Sharing is caring!

গহপুৰৰ হেলেমত বাংলাদেশী আটক। বুৰৈ চাহ বাগিছাৰ পৰা ৰাইজে আটক কৰি হেলেম আৰক্ষীক গতাই দিছে লোক জনক।

আটক কৰা বাংলাদেশী লোক জন পিটু মণ্ডল (23) পিতা বীৰেন মণ্ডল ।

ডেৰবছৰ পূৰ্বে বাংলাদেশৰ গোপালগঞ্জৰ ছিংগাৰ পৰা কলকতা হৈ অসমলৈ ব্যৱসায় সুত্ৰে আহিছিল বুলি স্বীকাৰ।

Related posts

Leave a Comment