মহনগীৰত পুনৰ লজ্জাজনক নৃশংস ঘটনা

Sharing is caring!

বছৰটোৰ পাহিলা দিনটোতে তিনি বছৰীয়া শিশুক ধৰ্ষণ এজন পাষণ্ডৰ

হাতীগাঁও মাজাৰৰ সমীপতে ভাৰাঘৰত ঘটিল এই আমানৱীয় কাণ্ড

পাষণ্ডজনৰ নাম ইমান আলি (৫০) , ঘৰ গোৰেশ্বৰত

পেছাগতভাৱে ৰাজমিস্ত্ৰী ৰূপে কাম কৰা ধৃত লোকজনে চকলেট গাখীৰ খুওৱাৰ প্ৰলোভন দি তিনি বছৰীয়া শিশুটীক নিজ ৰুমলৈ নি ধৰ্ষণ কৰিছিল।

পিছত স্থানীয় ৰাইজে ধৃত লোকজনক আবদ্ধ কৰি ৰাখি উত্তম মাধ্যম সোধাই আজি গতাই দিয়ে হাতীগাঁও আৰক্ষীক।

ঘটনা সন্দৰ্ভত ভূক্তভূগী পৰিয়ালে হাটীগাঁও থানাত দাখিল কৰিছে এজাহাৰ ।

Related posts

Leave a Comment