পূৱ শোণিতপুৰ বন সংমণ্ডল কায্যালয়ত নিবিদাৰ অনিয়মৰ অভিযোগ

Sharing is caring!

 

পূৱ শোণিতপুৰ বন সংমণ্ডল কায্যালয়ত নিবিদাৰ অনিয়মৰ অভিযোগ ।

বন সংমণ্ডল বিষয়াই গোপনে এজন ঠিকাদাৰক ঠিকা দিয়া পৰিকল্পনা অভিযোগ 

পূৱ শোণিতপুৰ বন সংমণ্ডল কায্যালয়ত নিবিদাত দুৰ্নীতি অভিযোগ ।
জানিব পৰা মতে বৰগাং বন বিষয়া কায্যালয় অধিনৰ ঠাণ্ডা পানী পৰা নাহৰজানলৈ এটা পথ নিৰ্মাণ কৰিবলৈ বন বিভাগে এক নিবিদাৰ জড়িয়তে পথটো নিৰ্মাণ কৰিবলৈ

দিয়া নীতি- নিয়ম আছিল যদিও 

পূব শোণিতপুৰ বন সংমণ্ডল বিষয়া গৰাকীয়ে গোপনে গোপনে এজন ঠিকাদাৰক ঠিকা দিয়া এক গোপন প্ৰচেষ্টা চলাই থকা গুৰুত্ব অভিযোগ উত্থাপিত হৈছে।

জানিব পৰা মতে  বুধবাৰে পূৱ শোণিতপুৰ বন সংমণ্ডল বন বিষয়া গৰাকীয়ে এজন বাবু আহমেদ নামৰ ঠিকাদাৰ লগত গোপন বুজা বুজিয়ে কোনো নিবিদাৰ আগতেই যি দৰে বহল 

প্ৰচাৰ কৰি সকলোকে জানিবলৈ দিব লাগে যদিও তেনে কোনো বহুল প্ৰচাৰ নকৰি  এজন ঠিকাাাদাকে পথটো নিৰ্মাণ কৰিবলৈ দিয়া বাবে এক গোপন প্ৰচেষ্টা  চলোৱা বুলি অভিযোগ উঠিছে ।

ইফালে বুধবাৰে উক্ত কামৰ ঠিকা লাভ কৰা বুলি বাবু আহমেদ নামৰ ঠিকাদাৰ গৰাকীয়েই একাংশ লোকৰ ওচৰত প্ৰকাশ কৰা লগে লগে ঘটনাটো পোহৰলৈ আহে ।
ইফালে পথটো নিবিদাৰ পুণৰ নিবিদাৰ কৰিবলৈ জিলা উপায়ুক্ত দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ পৰিষদে ।

ইফালে এই অভিযোগ পূৱ শোণিতপুৰ বন সংমণ্ডল বিষয়াই মিছা বুলি প্ৰকাশ কৰে সংবাদ মাধ্যম আগত ।

Related posts

Leave a Comment