কুমাৰীকাটাত নতুন বছৰৰ পাঠ দান আৰম্ভণিৰ আগমুহুৰ্তত নাম-কীৰ্তন

Sharing is caring!

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা শংকৰদেৱ শিশু নিকেতনত নতুন বছৰৰ পাঠ দানৰ আগমুহুৰ্তত কুমাৰীকাটা খৈৰাবাৰীৰ নাম কীৰ্তন দলে নাম কীৰ্তন কৰি নতুন বছৰৰ উদ্বোধন কৰে। নিকেতনৰ শিক্ষক সকলে আমন্ত্ৰণ কৰি আনে খৈৰাবাৰীৰ নাম কীৰ্তন দলটিক। প্ৰায় ডেৰ ঘন্টা মানৰ নাম কীৰ্তনত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী ৰ লগতে অভিভাৱক- অভিভাৱিকা উপস্থিত থাকে।

Related posts

Leave a Comment