বুঢ়াচাপৰি অভয়াৰণ্যত ডিএফঅ’ৰ গাড়ীত আক্ৰমণ

Sharing is caring!

নগাঁও জিলাৰ বুঢ়াচাপৰি অভয়াৰণ্যত ডি এফ অ’ৰ গাড়ীত আক্ৰমণৰ ঘটনা সংঘটিত হয় ৷

 

অভয়াৰণ্যৰ লাঠিমাৰী চৰত দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰে ডি এফ অ’ জিতেন্দ্ৰ কুমাৰৰ গাড়ীত ৷

অভয়াৰণ্যত কৰ্তব্য পালন কৰি থকা অৱস্হাত দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰি লণ্ডভণ্ড কৰে ডি এফ অ’ৰ গাড়ী৷

লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যৰ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ জাননীৰ পিছতেই দুষ্কৃতিকাৰীৰ আক্ৰমণৰ সন্মুখীন হয় ডি এফ অ’গৰাকী৷

 

নাগাওয়ান ডিএফও জিতেন্দ্র কুমারের গাড়িতে অবৈধ বসতি স্থাপনকারীরা আসামের বুড়া চোপরি বন্যপ্রাণী 
অভয়ারণ্যের অভ্যন্তরে লতিমারী চরে হামলা চালায়। 
ডিএফও কুমারের ঘনিষ্ঠ শেভ, আশ্রয়স্থল প্রাঙ্গণ থেকে পরিষ্কার করার জন্য তাদের নোটিশ দেওয়ার জন্য 
যানবাহনে তাদের গাড়িতে হামলা চালায়।

Related posts

Leave a Comment