অগপৰ ৩ মন্ত্ৰীয়ে ত্যাগ কৰিলে চৰকাৰী বাহন, নিৰাপত্তাৰক্ষী

Sharing is caring!

 

অগপৰ ৩ মন্ত্ৰীয়ে ত্যাগ কৰিলে চৰকাৰী বাহন, নিৰাপত্তাৰক্ষী

অগপৰ ৩ মন্ত্ৰীয়ে ত্যাগ কৰিলে চৰকাৰী বাহন, নিৰাপত্তাৰক্ষী।

ব্যক্তিগত বাহন ব্যৱহাৰ কৰি বিধায়িনী দলৰ বৈঠকত উপস্থিত অগপৰ তিনি মন্ত্ৰী।

মন্ত্ৰী ৩গৰাকীয়ে পদত্যাগ পত্ৰ দিবলৈ বিচাৰিছে মুখ্যমন্ত্ৰীৰ সাক্ষাৎ।

গুৱাহাটীৰ বাহিৰত আছে মুখ্যমন্ত্ৰী সোণোৱাল।

আঞ্চলিক দলটোৱে সন্ধিয়া ৫ বজাৰ পৰা ৬ বজাৰ ভিতৰত সাক্ষাতৰ সময় বিচাৰিছে যদিও এইপৰ্যন্ত সাক্ষাতৰ সময় দিয়া নাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Related posts

Leave a Comment