অগপৰ ৩ মন্ত্ৰী অতুল বৰা, ফণীভূষণ আৰু কেশৱ মহন্তই মুখ্যমন্ত্ৰীক দাখিল কৰিলে পদত্যাগ পত্ৰ

Sharing is caring!

অগপৰ ৩ মন্ত্ৰী অতুল বৰা, ফণীভূষণ আৰু কেশৱ মহন্তই মুখ্যমন্ত্ৰীক দাখিল কৰিলে পদত্যাগ পত্ৰ

 

 

বহু জল্পনা কল্পনা তথা অসমৰ ৰাইজৰ হেচাত অৱশেষত   মুখ্যমন্ত্ৰীয়ে সাক্ষাতৰ অনুমতি দিয়াৰ লগে লগে অসম গণ পৰিষদৰ তিনি মন্ত্ৰী ক্ৰমে অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে পদত্যাগ পত্ৰ দাখিল কৰিলে মুখ্য মন্ত্ৰী হাতত ।

গুৱাহাটীৰ বাহিৰত থকা মুখ্যমন্ত্ৰীগৰাকী দিছপুৰত প্ৰায় ৫ মান  বজাত  উপস্থিত হয় যদিও প্ৰায় ৮ মান  বজাতহে মন্ত্ৰী কেইজনক   সাক্ষাতৰ বাবে লাভ  কৰে৷

উল্লেখ্য যে,

 

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ চৰকাৰে গ্ৰহণ কৰা স্থিতিৰ বিৰোধিতাৰে সোমবাৰে দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে প্ৰায় ২ঘন্টাজোৰা আলোচনাৰ পিছত আনুষ্ঠানিকভাৱে পদত্যাগৰ লগতে এন ডি এৰ সৈতে মিত্ৰতা ভংগৰ ঘোষণা কৰিছিল অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই৷

Related posts

Leave a Comment