নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত শ্ৰেণীকোঠা এৰি ৰাজ পথত নামিল মৰাণ মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী

Sharing is caring!

শ্ৰেণীকোঠা এৰি ৰাজ পথত নামিল মৰাণ মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী।

শিক্ষাৰ্থীসকলে ক’লা বেজ পৰিধান কৰি মহাবিদ্যালয়ৰ পৰা এক তীব্ৰ প্ৰতিবাদী সমদল যাত্ৰা উলিয়ায়।

বিজেপি গ’ বেগ, নৰেন্দ্ৰ মোদী গ’ বেগ, সৰ্বানন্দ সোনোৱাল গ’ বেগ,হিমন্ত বিশ্ব শৰ্মা গ’ বেগ, আৰ এছ এছ গ’ বেগ,আহ ঐ আহ ওলাই আহ, খেদ ঐ

খেদ বেদেশী খেদ, আদি বিভিন্ন প্ৰতিবাদী শ্ল’গান দিয়াৰ লগতে ৰাইজক ওলাই আহি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬  বৰ্জন কৰিবলৈ আহ্বান জনায়।

 

Related posts

Leave a Comment