অসম আৰক্ষীত ব্যাপক সালসলনি

Sharing is caring!

  • ৪৯ গৰাকী আৰক্ষী অধীক্ষকক ৰদবদল-পদোন্নতি।
    অসম আৰক্ষীৰ পূব মণ্ডলৰ জি আই জিলৈ কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক ডিএছপি গাঞ্জাৱালাক পদোন্নতি।
    শোণিতপুৰৰ আৰক্ষী অধীক্ষক পৃথ্বীপাল সিঙক পদোন্নতিসহ ডি আই জি (নিৰাপত্তা) পদলৈ বদলি।
    বিটিএডিৰ ডি আই জি পদলৈ সত্যজিত হাজৰিকাক পদোন্নতি।
    শ্যামলপ্ৰসাদ শইকীয়াক গৃহৰক্ষী বিভাগৰ ডি আই জি পদলৈ পদোন্নতি।
    এম আই মণ্ডলক দুৰ্নীতি নিবাৰকৰ ডি আই জি পদলৈ পদোন্নতি।
    লুইছ আইন্দক ডি আই জি (এন ই আৰ) পদলৈ পদোন্নতি।
    আইনুল হকক আইন–শৃংখলাৰ ডি আই জি পদলৈ পদোন্নতি।
    আবু ছোফিয়ানক ৰে’লৱেৰ ডি আই জি পদলৈ পদোন্নতি।
    ডি আই জি দেৱৰাজ উপাধ্যায়ক গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত পদলৈ বদলি।
    গোলাঘাটৰ আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ দেৱ ৰয়ক কৰিমগঞ্জলৈ বদলি।
    গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত দিগন্ত বৰাক বদলি পুষ্পৰাজ সিঙক গোলাঘাটলৈ বদলি।
    কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ক কাৰ্বি আংলঙলৈ বদলি।
    টিপি বিজয় কুমাৰক বাক্সাৰ আৰক্ষী অধীক্ষক ৰূপে বদলি।
    বিনয় কলিতাক তৃতীয় এ পি টি এফৰ কমাণ্ডেণ্ট ৰূপে বদলি।
    জয়ন্ত সিংহক ডি চি পি (অপৰাধ) ৰূপে বদলি।
    শ্ৰী যুৱৰাজ হ’ব ধুবুৰীৰ নতুন আৰক্ষী অধীক্ষক।
    সুধাকৰ সিঙক চিৰাঙৰ আৰক্ষী অধীক্ষক ৰূপে বদলি।
    লংনিত টেৰাঙক ওদালগুৰিলৈ বদলি।
    ওদালগুৰিৰ আৰক্ষী অধীক্ষক শ্ৰী ৰাজবীৰক বি আই ই অ’ৰ এছ পি ৰূপে বদলি।
    মুগ্ধজ্যোতি দেৱ মহন্তক কাছাৰৰ এছ পি ৰূপে বদলি।
    দিগন্ত বৰাক ডি আই জি (প্ৰশাসন) পদলৈ বদলি।
    অখিলেশ কুমাৰ সিঙক ডি আই জি (জি ডব্লিউ আৰ)লৈ বদলি।
    বৰপেটাৰ নতুন আৰক্ষী অধীক্ষক হ’ব ড০ ৰবীন কুমাৰ।
    ভায়’লেট বৰুৱাক নৱম আৰক্ষী বাহিনীলৈ বদলি।
    ২৬তম এ পি (আই আৰ) বি এনৰ অধিনায়ক হ’ব ভিভিঅ’ৰ ৰেড্ডী।
    অপৰ্ণা এনক বিশেষ শাখাৰ এছ পি (এছ)লৈ বদলি।
    ডিব্ৰুগড়ৰ এছ পি গৌতম বৰাক দশম আৰক্ষী বাহিনীলৈ বদলি।
    সুভাশিনী শংকৰন ডিব্ৰুগড়ৰ নতুন আৰক্ষী অধীক্ষক।
    ৱাই টি গেষ্টক দ্বাদশ আৰক্ষী বাহিনীলৈ বদলি।
    কাছাৰৰ এছ পি ৰাকেশ ৰোশনক বিশ্বনাথলৈ বদলি।
    দিগন্ত কুমাৰ চৌধুৰীক চতুৰ্থ এ পি টি এফলৈ বদলি।
    বঙাইগাঁৱৰ নতুন এছ পি সুবোধ কুমাৰ সোণোৱাল,
    হৃদয়জিত বৰ্মনক বি আই ই অ’লৈ বদলি।
    চৰাইদেউৰ এছ পি জিৎমল দলেক যোৰহাটৰ এছ জি (জেড)লৈ বদলি।
    ডি পি ঘানাৱাট ধেমাজিৰ নতুন আৰক্ষী অধীক্ষক হিচাপে বদলি।
    নীলেশ টি স্বাৱাকাৰেক দুৰ্নীতি নিবাৰকলৈ বদলি।
    প্ৰশান্ত শইকীয়াক ডি চি পি (ট্ৰেফিক) ৰূপে বদলি।
    আনন্দ মিশ্ৰ হ’ব চৰাইদেউৰ নতুন আৰক্ষী অধীক্ষক।
    অমনজিৎ কৌৰ নলবাৰীৰ নতুন এছ পি।
    সুশান্ত বিশ্ব শৰ্মা গোৱালপাৰাৰ নতুন এছ পি।
    তিনিচুকীয়াৰ নতুন এছ পি শিলাদিত্য চেতিয়া।
    কুমাৰ সঞ্জিত কৃষ্ণ শোণিতপুৰৰ নতুন এছ পি।
    ডিমা হাছাওৰ নতুন এছ পি শ্ৰী শ্ৰীজিত টি।
    গোৱালপাৰাৰ এছ পি অমিতাভ সিনহাক শিৱসাগৰৰ এছ পি ৰূপে বদলি।
    অমৃত ভূঞাক দৰঙৰ আৰক্ষী অধীক্ষক ৰূপে বদলি।
    কংকণজ্যোতি শইকীয়াক দক্ষিণ শালমাৰৰ আৰক্ষী অধীক্ষক ৰূপে বদলি।

Related posts

Leave a Comment