কাকপথাৰৰ বিভিন্ন ঠাইত কংগ্ৰেছৰ বিধেয়ক বিৰোধী প্ৰতিবাদী জোঁৰ সমদল

Sharing is caring!

সমগ্ৰ অসমতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত প্ৰতিবাদ অব্যাহত থকাৰ সময়তে কালি সন্ধিয়া

কাকপথাৰ ,ডিৰাক অাৰু মাইথং মণ্ডল কংগ্ৰেছে নিজ নিজ স্থানত পৃথকে পৃথকে জোঁৰ সমদলেৰে প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদী জোঁৰ সমদলকাৰীয়ে চৰকাৰ বিৰোধী শ্লগানেৰে উত্তাল কৰি বিধেয়ক বাতিলৰ দাবী তোলে।অন্যথা প্ৰবল প্ৰতিবাদী সংগ্ৰাম গঢ়ি তুলিবলৈ অাহ্বান জনায়।

কাকপথাৰৰ পৰা দ্বীপেন লহকৰ।

Related posts

Leave a Comment